মুখ্যপৃষ্ঠা » খবৰ

» অসম

»আজি ৩৯ বছৰত ভৰি দিলে জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই! জন্মদিনৰ দিনটোত এইসকল বিশেষ শিশুৰ সৈতে অতিবাহিত কৰিলে অভিনেত্ৰীগৰাকীয়ে

আজি ৩৯ বছৰত ভৰি দিলে জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই! জন্মদিনৰ দিনটোত এইসকল বিশেষ শিশুৰ সৈতে অতিবাহিত কৰিলে অভিনেত্ৰীগৰাকীয়ে

News18 Assam | News18-Assam
Updated:September 20, 2021, 3:44 PM IST
আজি ৩৯ বছৰত ভৰি দিলে জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই! জন্মদিনৰ দিনটোত এইসকল বিশেষ শিশুৰ সৈতে অতিবাহিত কৰিলে অভিনেত্ৰীগৰাকীয়ে
ছাত্ৰ-ছাত্ৰীসকলো অভিনেত্ৰীগৰাকীক কাষত পাই উত্‍ফুল্লিত হৈ পৰে।

ছাত্ৰ-ছাত্ৰীসকলো অভিনেত্ৰীগৰাকীক কাষত পাই উত্‍ফুল্লিত হৈ পৰে।

  • News18 Assam
  • Last Updated: September 20, 2021, 3:44 PM IST
  • Share this:
আজি জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ জন্মদিন। আজি ৩৯ বছৰত ভৰি দিলে অসমৰ তাৰকা অভিনেত্ৰীগৰাকীয়ে। পিছে এইবাৰ জন্মদিন কিছু ব্যতিক্ৰমী ধৰণে উদযাপন কৰিলে অভিনেত্ৰীগৰাকীয়ে।

বৰষাই জন্মদিনৰ দিনা এটা NGO-ৰ দ্বাৰা পৰিচালিত কিছু সংখ্যক ছাত্ৰ-ছাত্ৰীৰ সৈতে দিনটো পাৰ কৰে। প্ৰিয়বন্ধু নামৰ এটা NGO-ই দৰিদ্ৰ সীমা ৰেখাৰ তলৰ বহু ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদানৰ লগতে খাদ্য যোগান ধৰি আহিছে। আৰু ইয়াৰে প্ৰায় ৫৫গৰাকী ছাত্ৰ-ছাত্ৰীৰ সৈতে গীত নৃত্যৰ মাজেৰে দিনটো পাৰ কৰে অভিনেত্ৰী বৰষাই।

ছাত্ৰ-ছাত্ৰীসকলো অভিনেত্ৰীগৰাকীক কাষত পাই উত্‍ফুল্লিত হৈ পৰে। অভিনেত্ৰীগৰাকীৰ সমুখত গীত- নৃত্য পৰিবেশন কৰে ছাত্ৰ-ছাত্ৰীসকলে।
Published by: Himangshu Bhuyan
First published: September 20, 2021, 3:44 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি