
Photo : Facebok/Aimee Baruah
চিকিৎসকসকল আমাৰ ভগবান তেওঁলোকক সন্মান কৰিবলৈ আহ্বান আইমী বৰুৱাৰ।
হেঙৰাবাৰী প্ৰাথমিক চিকিৎসালয়ত অভিনেত্ৰী আইমী বৰুৱা। কোভিড যোদ্ধা চিকিৎসক আৰু স্বাস্থ্য কৰ্মীক খাদ্য বিতৰণ কৰিলে অভিনেত্ৰীগৰাকীয়ে। নিজ হাতেৰে তৈয়াৰ কৰা খাদ্য বিতৰণ কৰিলে আইমী বৰুৱাই। মহামাৰীৰ এই দুৰ্যোগৰ সময়ত দিন–ৰাতি একাকাৰ কৰি সেৱা আগবঢ়োৱা সকলক সামান্যতম সহায় জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ। ইয়াৰ পূৰ্বেও বিভিন্ন অনুষ্ঠান–প্ৰতিষ্ঠানত খাদ্য বিতৰণ কৰিছে অভিনেত্ৰীগৰাকীয়ে। চিকিৎসকসকল আমাৰ ভগবান তেওঁলোকক সন্মান কৰিবলৈ আহ্বান আইমী বৰুৱাৰ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|