• Home
  • »
  • News
  • »
  • assam
  • »
  • আকৌ ছচিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দু অভিনেতা যতীন বৰা, APDCLৰ সঞ্চালক হিচাপে নিযুক্তি লাভ কৰা পিছতে ব্যাপক ট্ৰ'ল

আকৌ ছচিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দু অভিনেতা যতীন বৰা, APDCLৰ সঞ্চালক হিচাপে নিযুক্তি লাভ কৰা পিছতে ব্যাপক ট্ৰ'ল

কিয় অভিনেতা যতীন বৰাক APDCLৰ সঞ্চালক পদত নিযুক্তি দিয়া হ'ল? সেইলৈ প্ৰশ্ন কৰিছে বহুতে।

কিয় অভিনেতা যতীন বৰাক APDCLৰ সঞ্চালক পদত নিযুক্তি দিয়া হ'ল? সেইলৈ প্ৰশ্ন কৰিছে বহুতে।

কিয় অভিনেতা যতীন বৰাক APDCLৰ সঞ্চালক পদত নিযুক্তি দিয়া হ'ল? সেইলৈ প্ৰশ্ন কৰিছে বহুতে।

  • Share this:
জনপ্ৰিয় অভিনেতা যতীন বৰাই নিযুক্তি লাভ কৰিলে APDCLত। শেহতীয়াকৈ জনপ্ৰিয় অভিনেতাজনক APDCLৰ সঞ্চালকৰ দায়িত্ব দিয়াৰ পিছতে সৰ্বত্ৰ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।  ছচিয়েল মিডিয়াত ভাইৰেল হৈছে অভিনেতাজনক কেন্দ্ৰ কৰি প্ৰস্তুত কৰা বিভিন্ন মিম।

এনেধৰণ ফটো বিভিন্ন জনে শ্বেয়াৰ কৰিছে ছচিয়েল মিডিয়াত


কিয় অভিনেতা যতীন বৰাক APDCLৰ সঞ্চালক পদত নিযুক্তি দিয়া হ'ল? সেইলৈ প্ৰশ্ন কৰিছে বহুতে।

এনেধৰণৰ ফটো শ্বেয়াৰ কৰিছে ছচিয়েল মিডিয়াত


চিনেমাৰ নায়কজন কিদৰে এই পদৰ বাবে যোগ্য হ'ল, বা কি ভিত্তিত ৰাজ্য় চৰকাৰে যতীন বৰাক APDCLৰ সঞ্চালক হিচাপে নিযুক্তি দিলে সেইলৈ বিভিন্নজনে মিমৰ আকাৰে প্ৰশ্ন উত্থাপন কৰিছে।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি