অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা জনালে ছুপাৰষ্টাৰ হৃত্বিক ৰৌশনে

News18 Assam | News18-Assam
Updated:January 14, 2021, 10:05 AM IST
অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা জনালে ছুপাৰষ্টাৰ হৃত্বিক ৰৌশনে
কেৱল ভোগালী বিহুৱেই নহয়, লগতে লোহৰী, মকৰ সংক্ৰান্তী, পংগালৰো শুভেচ্ছা জনাই ছুপাৰষ্টাৰগৰাকীয়ে।

কেৱল ভোগালী বিহুৱেই নহয়, লগতে লোহৰী, মকৰ সংক্ৰান্তী, পংগালৰো শুভেচ্ছা জনাই ছুপাৰষ্টাৰগৰাকীয়ে।

  • Share this:
আজি হেঁচাহৰ ভোগালী বিহু। অসমীয়াৰ মাজত উচাহৰ ঢল। অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা জনালে বলীউদৰ জনপ্ৰিয় অভিনেতা হৃত্বিক ৰৌশনে। শুভেচ্ছাৰ জৰিয়তে অভিনেতাজনে সকলোলৈ মৰম জনোৱাৰ লগতে সু-স্বাস্থ্য আৰু শান্তি সম্প্ৰীতিৰ কামনা কৰিলে।


কেৱল ভোগালী বিহুৱেই নহয়, লগতে লোহৰী, মকৰ সংক্ৰান্তী, পংগালৰো শুভেচ্ছা জনাই ছুপাৰষ্টাৰগৰাকীয়ে।
Published by: Himangshu Bhuyan
First published: January 14, 2021, 10:05 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading