২০১৬ বৰ্ষৰ ACS বিষয়া হাজৰিকা ২০১৬ বেটছৰ ৬ নং ৰেংক হ'ল্ডাৰ ৷
২০১৬ বৰ্ষৰ ACS বিষয়া হাজৰিকা ২০১৬ বেটছৰ ৬ নং ৰেংক হ'ল্ডাৰ ৷
- কামৰূপ মেট্ৰৰ সহকাৰী আয়ুক্ত বাৰ্বি হাজৰিকাক চাকৰিৰ পৰা নিলম্বন ৷
- হাজৰিকা ছেকেণ্ডাৰী এডুকেশ্বনৰ OSD হিচাপে কৰ্মৰত আছিল ৷
- এক্ট ইষ্ট পলিচিৰ ছিংগাপুৰৰ ডেলিগেছন আৰু ASEAN ডেলিগেছনে হাজৰিকাৰ বিৰুদ্ধে দুৰ্ব্যৱহাৰ কৰাৰ কৰাৰ অভিযোগ উত্থাপিত কৰিছিল।
- ২০১৬ বৰ্ষৰ ACS বিষয়া হাজৰিকা ২০১৬ বেটছৰ ৬ নং ৰেংক হ'ল্ডাৰ ৷
- ASEAN আৰু ছিংগাৰপুৰ ডেলিগেছনক বেয়া ব্যৱহাৰ কৰাৰ বাবে ৰাজ্যৰ ভাবমূৰ্তি ASEAN দেশসমূহত আৰু ছিংগাপুৰত বেয়া হোৱাৰ কথা সদৰি কৰিছে ৰাজ্য চৰকাৰে ৷
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|