• Home
  • »
  • News
  • »
  • assam
  • »
  • অতিথিক বেয়া ব্যৱহাৰ কৰাৰ অভিযোগ! কামৰূপ মেট্ৰ'ৰ সহকাৰী আয়ুক্ত বাৰ্বি হাজৰিকাক চাকৰিৰ পৰা নিলম্বন

অতিথিক বেয়া ব্যৱহাৰ কৰাৰ অভিযোগ! কামৰূপ মেট্ৰ'ৰ সহকাৰী আয়ুক্ত বাৰ্বি হাজৰিকাক চাকৰিৰ পৰা নিলম্বন

২০১৬ বৰ্ষৰ ACS বিষয়া হাজৰিকা ২০১৬ বেটছৰ ৬ নং ৰেংক হ'ল্ডাৰ ৷

২০১৬ বৰ্ষৰ ACS বিষয়া হাজৰিকা ২০১৬ বেটছৰ ৬ নং ৰেংক হ'ল্ডাৰ ৷

২০১৬ বৰ্ষৰ ACS বিষয়া হাজৰিকা ২০১৬ বেটছৰ ৬ নং ৰেংক হ'ল্ডাৰ ৷

  • Share this:

  • কামৰূপ মেট্ৰৰ সহকাৰী আয়ুক্ত বাৰ্বি হাজৰিকাক চাকৰিৰ পৰা নিলম্বন ৷

  • হাজৰিকা ছেকেণ্ডাৰী এডুকেশ্বনৰ OSD হিচাপে কৰ্মৰত  আছিল ৷

  • এক্ট ইষ্ট পলিচিৰ ছিংগাপুৰৰ ডেলিগেছন আৰু ASEAN ডেলিগেছনে হাজৰিকাৰ বিৰুদ্ধে দুৰ্ব্যৱহাৰ কৰাৰ কৰাৰ অভিযোগ উত্থাপিত কৰিছিল।

  • ২০১৬ বৰ্ষৰ ACS বিষয়া হাজৰিকা ২০১৬ বেটছৰ ৬ নং ৰেংক হ'ল্ডাৰ ৷

  • ASEAN আৰু ছিংগাৰপুৰ ডেলিগেছনক বেয়া ব্যৱহাৰ কৰাৰ বাবে ৰাজ্যৰ ভাবমূৰ্তি ASEAN দেশসমূহত আৰু ছিংগাপুৰত বেয়া হোৱাৰ কথা সদৰি কৰিছে ৰাজ্য চৰকাৰে ৷

Published by:Himangshu Bhuyan
First published: