হোজাইৰ মাটিখোলাত সংঘটিত হৈছে এই হত্যাকাণ্ড।
হোজাইৰ মাটিখোলাত সংঘটিত হৈছে এই হত্যাকাণ্ড।
ভয়ংকৰ! মাছ চুৰি কৰা বাবেই হত্যা এজনক। হোজাইৰ মাটিখোলাত সংঘটিত হৈছে এই হত্যাকাণ্ড। চোকা অস্ত্ৰৰ আক্ৰমণত থিতাতে নিহত কানাই চৌহান।ঘটনাৰ পিছত হোজাই থানাত সোমবাৰে পুৱা আত্মসমৰ্পণ কৰে হত্যাকাৰী সত্য বাইনে। পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পাষণ্ডক। অন্যহাতে ঘটনাৰ খবৰ পাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি প্ৰেৰণ কৰে মৰনোত্তৰ পৰীক্ষাৰ বাবে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|