মাছ চোৰ কৰা বাবেই হোজাইত নৃশংস ভাবে হত্যা কৰিলে এজনক

Pramod Sharma | News18-Assam
Updated:June 15, 2020, 11:59 PM IST
মাছ চোৰ কৰা বাবেই হোজাইত নৃশংস ভাবে হত্যা কৰিলে এজনক
হোজাইৰ মাটিখোলাত সংঘটিত হৈছে এই হত্যাকাণ্ড।

হোজাইৰ মাটিখোলাত সংঘটিত হৈছে এই হত্যাকাণ্ড।

  • Share this:
ভয়ংকৰ! মাছ চুৰি কৰা বাবেই হত্যা এজনক। হোজাইৰ মাটিখোলাত সংঘটিত হৈছে এই হত্যাকাণ্ড। চোকা অস্ত্ৰৰ আক্ৰমণত থিতাতে নিহত কানাই চৌহান।ঘটনাৰ পিছত হোজাই থানাত সোমবাৰে পুৱা আত্মসমৰ্পণ কৰে হত্যাকাৰী সত্য বাইনে। পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পাষণ্ডক। অন্যহাতে ঘটনাৰ খবৰ পাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি প্ৰেৰণ কৰে মৰনোত্তৰ পৰীক্ষাৰ বাবে।
First published: June 15, 2020, 11:56 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading