
উদালি কাণ্ডত জে’ললৈ যোৱা উদালি কাণ্ডৰ অভিযুক্তৰ সংখ্যা ২৯জনলৈ বৃদ্ধি।
উদালি কাণ্ডত জে’ললৈ যোৱা উদালি কাণ্ডৰ অভিযুক্তৰ সংখ্যা ২৯জনলৈ বৃদ্ধি।
উদালি কাণ্ডত নিশা গ্ৰেপ্তাৰ হোৱা হেলাল উদ্দিনক জে’ললৈ প্ৰেৰণ। লংকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা হেলাল উদ্দিনক শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰোৱাত ১৪ দিনৰ ন্যায়িক জিম্মালৈ কৰে প্ৰেৰণ আদালতে।
হেলাল উদ্দিনে উদালি কাণ্ডৰ ভিডিঅ’ সামাজিক মাধ্যমত কৰিছিল ভাইৰেল। হেলাল উদ্দিনৰ উচটনিত সংঘটিত হৈছিল উদালি কাণ্ড। উদালি কাণ্ডৰ মূল অপৰাধী আছিল হেলাল উদ্দিন। উদালি কাণ্ডত জে’ললৈ যোৱা উদালি কাণ্ডৰ অভিযুক্তৰ সংখ্যা ২৯জনলৈ বৃদ্ধি।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|