এইজন হেলাল উদ্দিনৰ উচটনিতে সংঘটিত হৈছিল উদালি কাণ্ড! নিশা গ্ৰেপ্তাৰ কৰা হেলাল উদ্দিনক জে’ললৈ প্ৰেৰণ

News18 Assam | News18-Assam
Updated:June 11, 2021, 4:43 PM IST
এইজন হেলাল উদ্দিনৰ উচটনিতে সংঘটিত হৈছিল উদালি কাণ্ড! নিশা গ্ৰেপ্তাৰ কৰা হেলাল উদ্দিনক জে’ললৈ প্ৰেৰণ
উদালি কাণ্ডত জে’ললৈ যোৱা উদালি কাণ্ডৰ অভিযুক্তৰ সংখ্যা ২৯জনলৈ বৃদ্ধি।

উদালি কাণ্ডত জে’ললৈ যোৱা উদালি কাণ্ডৰ অভিযুক্তৰ সংখ্যা ২৯জনলৈ বৃদ্ধি।

  • Share this:
উদালি কাণ্ডত নিশা গ্ৰেপ্তাৰ হোৱা হেলাল উদ্দিনক জে’ললৈ প্ৰেৰণ। লংকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা হেলাল উদ্দিনক শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰোৱাত ১৪ দিনৰ ন্যায়িক জিম্মালৈ কৰে প্ৰেৰণ আদালতে।

হেলাল উদ্দিনে উদালি কাণ্ডৰ ভিডিঅ’ সামাজিক মাধ্যমত কৰিছিল ভাইৰেল। হেলাল উদ্দিনৰ উচটনিত সংঘটিত হৈছিল উদালি কাণ্ড। উদালি কাণ্ডৰ মূল অপৰাধী আছিল হেলাল উদ্দিন। উদালি কাণ্ডত জে’ললৈ যোৱা উদালি কাণ্ডৰ অভিযুক্তৰ সংখ্যা ২৯জনলৈ বৃদ্ধি।
Published by: Sanjay Kumar Das
First published: June 11, 2021, 4:43 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি