ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ আব্দুল জব্বৰৰ ঘৰ কুশবাৰী৷ এই ঘটনাৰ পিছতে এজন আৰক্ষীক নিলম্বন৷ নিশা কৰ্তব্যত থকা মকিমুল হক পাটগিৰীক নিলম্বন কৰা হৈছে।

যোগীঘোপাত আৰক্ষী থানাত অঘটন। নিশা যোগীঘোপা আৰক্ষী থানাৰ ভিতৰত লকআপত আত্মহত্যা এজন আচামীৰ। আত্মহত্যা কৰা আচামীজনৰ নাম আব্দুল জব্বাৰ। কালি গৰু চুৰিৰ ঘটনা এটাত যোগীঘোপা আৰক্ষীয়ে আটক কৰিছিল আব্দুল জব্বাৰক। লকআপৰ শৌচাগাৰত আত্মহত্যা কৰে লোকজনে।
ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ আব্দুল জব্বৰৰ ঘৰ কুশবাৰী৷ এই ঘটনাৰ পিছতে এজন আৰক্ষীক নিলম্বন৷ নিশা কৰ্তব্যত থকা মকিমুল হক পাটগিৰীক নিলম্বন কৰা হৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|