তেজপুৰত দ্ৰুতবেগী এল্ট’ৱে মহতিয়াই নিলে বাইক আৰোহীক

পৰোৱা দৈনিক বজাৰৰ সন্মুখত সংঘটিত হয় এই দুৰ্ঘটনা।

News18-Assam
Updated:August 14, 2019, 10:25 AM IST
তেজপুৰত দ্ৰুতবেগী এল্ট’ৱে মহতিয়াই নিলে বাইক আৰোহীক
পৰোৱা দৈনিক বজাৰৰ সন্মুখত সংঘটিত হয় এই দুৰ্ঘটনা।
News18-Assam
Updated: August 14, 2019, 10:25 AM IST
তেজপুৰত ভয়ংকৰ দুৰ্ঘটনাত নিহত এজন। দ্ৰুতবেগী এল্ট’ বাহনে মহতিয়াই নিলে বাইক আৰোহীক। এই দুৰ্ঘটনাত থিতাতে নিহত হয় বাইক চালক বাবলু ডেকা। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় বাইকত থকা বাবলু ডেকাৰ পত্নী। আহত মিৰাল আলী নামৰ এজন মত্স্য ব্যৱসায়ীও। পৰোৱা দৈনিক বজাৰৰ সন্মুখত সংঘটিত হয় এই দুৰ্ঘটনা।
আৰু চাওক পৰৱৰ্তী বাতৰি