শোণিতপুৰত পথ দুৰ্ঘটনাত থিতাতে নিহত দুজন সেনা জোৱান

News18-Assam
Updated:June 4, 2019, 10:21 AM IST
শোণিতপুৰত পথ দুৰ্ঘটনাত থিতাতে নিহত দুজন সেনা জোৱান
দুৰ্ঘটনাত পতিত সেনা বাহিনীৰ বাহন। নিয়ন্ত্ৰণ হেৰুৱাই পথত বাগৰি পৰে বাহনখন। দুৰ্ঘটনাটোত আহত আন এজন সেনা জোৱান।

দুৰ্ঘটনাত পতিত সেনা বাহিনীৰ বাহন। নিয়ন্ত্ৰণ হেৰুৱাই পথত বাগৰি পৰে বাহনখন। দুৰ্ঘটনাটোত আহত আন এজন সেনা জোৱান।

  • Share this:
শোণিতপুৰত সংঘটিত পথ দুৰ্ঘটনাত থিতাতে নিহত দুজন সেনা জোৱান। দুৰ্ঘটনাত পতিত সেনা বাহিনীৰ বাহন। নিয়ন্ত্ৰণ হেৰুৱাই পথত বাগৰি পৰে বাহনখন। দুৰ্ঘটনাটোত আহত আন এজন সেনা জোৱান।



ৰঙাপৰাত সংঘটিত হৈছে এই দুৰ্ঘটনা। আহত জোৱানজনক হস্পতালত ভৰ্তি কৰোৱা হৈছে। ফুলবাৰী সেনা শিবিৰৰ পৰা গৈছিল বাহনখন। ৰঙাপৰা অভিমুখী আছিল বাহনখন।
First published: June 4, 2019, 9:32 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি