সোণাপুৰত ভয়ংকৰ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা দ্ৰুতবেগী বাহনৰ, নিহত এগৰাকী মহিলা

News18 Assam | News18-Assam
Updated:February 4, 2020, 4:25 PM IST
সোণাপুৰত ভয়ংকৰ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা দ্ৰুতবেগী বাহনৰ, নিহত এগৰাকী মহিলা
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় চালকৰ লগতে আন এগৰাকী মহিলা।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় চালকৰ লগতে আন এগৰাকী মহিলা।

  • Share this:
সোণাপুৰৰ বাৰোৱাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা৷ নিয়ন্ত্ৰণ হেৰুৱাই ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ এজোপা গছত খুন্দা মাৰে এখন দ্ৰুতবেগী বাহনে। এই দুৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী মহিলা। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় চালকৰ লগতে আন এগৰাকী মহিলা। আহত দুয়োকে চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় গুৱাহাটী চিৰিৎসা মহাবিদ্যালয় হাস্পতাললৈ। দুৰ্ঘটনা বাহনখনৰ নম্বৰ AS–02S-9140।
আৰু চাওক
পৰৱৰ্তী বাতৰি