শিৱসাগৰৰ দিখৌ নৈত বাগৰা নাই কোনো গাড়ী, নিশ্চিত কৰিলে আৰক্ষীয়ে, তেন্তে কি হৈছিল?

দুৰ্ঘটনাত পতিত হৈ দিখৌ নদীত বাহন বাগৰাৰ সন্দেহ কৰিছিল ৰাইজে।

News18-Assam
Updated:October 28, 2019, 11:37 AM IST
শিৱসাগৰৰ দিখৌ নৈত বাগৰা নাই কোনো গাড়ী, নিশ্চিত কৰিলে আৰক্ষীয়ে, তেন্তে কি হৈছিল?
দুৰ্ঘটনাত পতিত হৈ দিখৌ নদীত বাহন বাগৰাৰ সন্দেহ কৰিছিল ৰাইজে।
News18-Assam
Updated: October 28, 2019, 11:37 AM IST
শিৱসাগৰৰ গেমন দলঙত নিশা পথ দুৰ্ঘটনা। বাছ আৰু i-20ৰ মাজত সংঘৰ্ষ। দুৰ্ঘটনাত হতাহত হোৱা নাই কোনো লোক। দুৰ্ঘটনাত পতিত বাহনখন উদ্ধাৰ কৰিছে আৰক্ষীয়ে। দুৰ্ঘটনাত পতিত হৈ দিখৌ নদীত বাহন বাগৰাৰ সন্দেহ কৰিছিল ৰাইজে। আৰক্ষীয়ে নিশ্চিত কৰিলে যে নদীত বাগৰা নাই কোনো বাহন।
আৰু চাওক পৰৱৰ্তী বাতৰি