কামৰূপৰ শিঙিমাৰীত ভয়ংকৰ দুৰ্ঘটনা, দুখন বাইকৰ মুখামুখি সংঘৰ্ষত নিহত এজন

নিহত যুৱকজন আলিকাষৰ ৰাজা আলী বুলি চিনাক্ত কৰা হৈছে।

News18-Assam
Updated:October 28, 2019, 7:04 AM IST
কামৰূপৰ শিঙিমাৰীত ভয়ংকৰ দুৰ্ঘটনা, দুখন বাইকৰ মুখামুখি সংঘৰ্ষত নিহত এজন
নিহত যুৱকজন আলিকাষৰ ৰাজা আলী বুলি চিনাক্ত কৰা হৈছে।
News18-Assam
Updated: October 28, 2019, 7:04 AM IST
কামৰূপৰ শিঙিমাৰীত নিশা ভয়ংকৰ দুৰ্ঘটনা। দুখন মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষত প্ৰাণ গ’ল এজনৰ। নিহত যুৱকজন আলিকাষৰ ৰাজা আলী বুলি চিনাক্ত কৰা হৈছে। আন তিনিজন গুৰুতৰভাৱে আহত হয় এই দুৰ্ঘটনাত। আহত আটাইকে সংকটজনক অৱস্থাত প্ৰেৰণ কৰা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ।
আৰু চাওক পৰৱৰ্তী বাতৰি