• Home
  • »
  • News
  • »
  • assam
  • »
  • কলিয়াভোমোৰা দলঙত ভয়ংকৰ দুৰ্ঘটনা, নিশা দলঙৰ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰিল বাহন!

কলিয়াভোমোৰা দলঙত ভয়ংকৰ দুৰ্ঘটনা, নিশা দলঙৰ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰিল বাহন!

ওপৰৰ যি অংশত ৰেলিং ভাঙিছে তাৰ তলত অতি গভীৰ ব্ৰহ্মপুত্ৰৰ পানী। নিশাৰ অন্ধকাৰত কোনো বাহন দুৰ্ঘটনাত পতিত হৈ তলত পৰাৰ সন্দেহ কৰা হৈছে৷

  • Share this:
কলিয়াভোমোৰা দলঙত ভয়ংকৰ দুৰ্ঘটনাৰ আশংকা৷ দলঙৰ ৰেলিং ভাঙি কোনো ডাঙৰ বাহন তলত পৰাৰ সন্দেহ কৰা হৈছে৷ ওপৰৰ যি অংশত ৰেলিং ভাঙিছে তাৰ তলত অতি গভীৰ ব্ৰহ্মপুত্ৰৰ পানী। নিশাৰ অন্ধকাৰত কোনো বাহন দুৰ্ঘটনাত পতিত হৈ তলত পৰাৰ সন্দেহ কৰা হৈছে৷ তেজপুৰ যান-বাহন আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈছে৷ ঘটনা তদাৰক কৰিছে। এছডিআৰএফ বাহিনীয়ে চলাইছে অভিযান।

News In Assamese
Published by:Sanjay Kumar Das
First published: