হাওৰাঘাটত ভয়ংকৰ দুৰ্ঘটনা, শহুৰেকৰ ঘৰলৈ আহি দুৰ্ঘটনাত নিহত এজন

News18 Assam | News18-Assam
Updated:February 9, 2020, 2:46 PM IST
হাওৰাঘাটত ভয়ংকৰ দুৰ্ঘটনা, শহুৰেকৰ ঘৰলৈ আহি দুৰ্ঘটনাত নিহত এজন
বৈদ্যুতিক খুঁটাত খুন্দিয়াই গুৰুতৰভাৱে আহত লোকজনক হাওৰাঘাট আৰক্ষীৰ টহলদাৰী দলে ততাতৈয়াকৈ চিকিৎসাধীন কৰোৱায় যদিও হাওৰাঘাট চিকিৎসালয়তে মৃত্যু ঘটে।

বৈদ্যুতিক খুঁটাত খুন্দিয়াই গুৰুতৰভাৱে আহত লোকজনক হাওৰাঘাট আৰক্ষীৰ টহলদাৰী দলে ততাতৈয়াকৈ চিকিৎসাধীন কৰোৱায় যদিও হাওৰাঘাট চিকিৎসালয়তে মৃত্যু ঘটে।

  • Share this:
হাওৰাঘাটত শোকাৱহ পথ দুৰ্ঘটনা৷ গজালিপাৰত এজন বাইক আৰোহীৰ কৰুণ মৃত্যু৷ নিহতজন হোজাইৰ ছানু পাণিকা বুলি চিনাক্ত৷ হাতীপুৰাত শহুৰেকৰ ঘৰত ফুৰিবলৈ আহি যোৱানিশা পতিত হয় দুৰ্ঘটনাত। বৈদ্যুতিক খুঁটাত খুন্দিয়াই গুৰুতৰভাৱে আহত লোকজনক হাওৰাঘাট আৰক্ষীৰ টহলদাৰী দলে ততাতৈয়াকৈ চিকিৎসাধীন কৰোৱায় যদিও হাওৰাঘাট চিকিৎসালয়তে মৃত্যু ঘটে।
আৰু চাওক
পৰৱৰ্তী বাতৰি