গোলাঘাটত ভয়ংকৰ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দিয়ালে দ্ৰুতবেগী বাহনে, এজন নিহত

তীব্ৰগতিত আহি নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি মন্তব্য কৰিছে প্ৰত্যক্ষদৰ্শীয়ে।

News18-Assam
Updated:October 2, 2019, 9:23 AM IST
গোলাঘাটত ভয়ংকৰ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দিয়ালে দ্ৰুতবেগী বাহনে, এজন নিহত
তীব্ৰগতিত আহি নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি মন্তব্য কৰিছে প্ৰত্যক্ষদৰ্শীয়ে।
News18-Assam
Updated: October 2, 2019, 9:23 AM IST
গোলাঘাটৰ শাওতলী হাবিছোৱাত নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই এজোপা গছত প্ৰচণ্ড বেগত খুন্দা মাৰে এখন দ্ৰুতবেগী বাহনে। এই দুৰ্ঘটনাত থিতাতে নিহত হয় এজন যুৱক। নিহত যুৱকজন আধাৰসত্ৰৰ কৃষ্ণ কমল বৰা। আন তিনিজন যুৱক গুৰুতৰভাৱে আহত হয় দুৰ্ঘটনাত। আহতকেইজন ৰাহুল বৰপাত্ৰ বৰা, স্বপ্ননীল বৰপাত্ৰ বৰা আৰু মানস বৰা। তিনিওকে সংকটজনক অৱস্থাত JMCHলৈ প্ৰেৰণ কৰা হয়। তীব্ৰগতিত আহি নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি মন্তব্য কৰিছে প্ৰত্যক্ষদৰ্শীয়ে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।


আৰু চাওক পৰৱৰ্তী বাতৰি