শিৱসাগৰত চাঞ্চল্য, দিখৌ নদীত গাড়ী বাগৰাৰ সন্দেহ

পুৱতিনিশা এই দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে।

News18-Assam
Updated:October 28, 2019, 9:36 AM IST
শিৱসাগৰত চাঞ্চল্য, দিখৌ নদীত গাড়ী বাগৰাৰ সন্দেহ
পুৱতিনিশা এই দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে।
News18-Assam
Updated: October 28, 2019, 9:36 AM IST
শিৱসাগৰৰ দিখৌ নৈৰ ওপৰত থকা গেমন দলঙত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। দলঙৰ ওপৰত পৰি আছে হোণ্ডা গাড়ীৰ ষ্ট্ৰিকাৰ। দলঙৰ ৰেলিঙৰ ভগা অংশৰে দিখৌত বাহন বাগৰি পৰাৰ সন্দেহ কৰা হৈছে। পুৱতিনিশা এই দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে। এতিয়ালৈ জানিব পৰা হোৱা নাই প্ৰকৃত ঘটনা।
আৰু চাওক পৰৱৰ্তী বাতৰি