পেটৰ ভাতমুঠি মোকলাবলৈ পুৱাই ঘৰৰ পৰা ওলাই আহিছিল বালিৰাম, ডাম্পাৰৰ চেপাত মৃত্যু

News18 Assam | News18-Assam
Updated:February 9, 2020, 1:18 PM IST
পেটৰ ভাতমুঠি মোকলাবলৈ পুৱাই ঘৰৰ পৰা ওলাই আহিছিল বালিৰাম, ডাম্পাৰৰ চেপাত মৃত্যু
কলিয়ামাটিত লোকজন ডাম্পাৰৰ পৰা পৰি যায় আৰু ডাম্পাৰ চেপাত থিতাতে মৃত্যু হয়।

কলিয়ামাটিত লোকজন ডাম্পাৰৰ পৰা পৰি যায় আৰু ডাম্পাৰ চেপাত থিতাতে মৃত্যু হয়।

  • Share this:
চৰাইদেউ জিলাৰ কলীয়ামাটিত দুৰ্ঘটনা। ডাম্পাৰৰ চেপাত থিতাতে মৃত্যু এজন লোকৰ। বালিৰাম ভূমিজ নামৰ লোকজনৰ ঘৰ চৰাইদেউৰ দ’লবাগান হাবিগাঁৱত। পুৱাই ঘৰৰ পৰা শিমলুগুৰিত দৈনিক হাজিৰা কৰিবলৈ দ’লবাগান তিনিআলিত এখন ডাম্পাৰত উঠি গৈছিল লোকজন।

কলিয়ামাটিত লোকজন ডাম্পাৰৰ পৰা পৰি যায় আৰু ডাম্পাৰ চেপাত থিতাতে মৃত্যু হয়। এই ঘটনাৰ পিছতে পলায়ন কৰে ডাম্পাৰৰ চালকজন। ডাম্পাৰৰ দৰ্জা খুলি যোৱাৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনা।
আৰু চাওক
পৰৱৰ্তী বাতৰি