কাছাৰত শোকাৱহ দুৰ্ঘটনা, ট্ৰাকৰ খুন্দাত প্ৰাণ গ’ল মাতৃ–কন্যাৰ

দুৰ্ঘটনাৰ পিছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ক্ষুব্ধ স্থানীয় লোকে জ্বলাই দিয়ে আন এখন ট্ৰাক।

News18-Assam
Updated:October 16, 2019, 3:01 PM IST
কাছাৰত শোকাৱহ দুৰ্ঘটনা, ট্ৰাকৰ খুন্দাত প্ৰাণ গ’ল মাতৃ–কন্যাৰ
দুৰ্ঘটনাৰ পিছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ক্ষুব্ধ স্থানীয় লোকে জ্বলাই দিয়ে আন এখন ট্ৰাক।
News18-Assam
Updated: October 16, 2019, 3:01 PM IST
কাছাৰৰ কাবুগঞ্জত আজি পুৱাৰ ভাগত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত নিহত হয় মাতৃ–কন্যা। নিহত মাতৃৰ নাম পিংকী পাল আৰু কণমানি ছাত্ৰীগৰাকীৰ নাম তানিয়া পাল। স্কুললৈ গৈ থকাৰ পথতে ট্ৰাকে মহতিয়াই নিয়ে দুয়োকে। দুৰ্ঘটনাৰ পিছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ক্ষুব্ধ স্থানীয় লোকে জ্বলাই দিয়ে আন এখন ট্ৰাক। পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ক্ষুব্ধ ৰাইজে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।


আৰু চাওক পৰৱৰ্তী বাতৰি