মুখ্যপৃষ্ঠা » খবৰ

» অসম

»বিশ্বনাথত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল এজন যুৱকৰ

বিশ্বনাথত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল এজন যুৱকৰ

News18-Assam
Updated:July 1, 2019, 4:31 PM IST
বিশ্বনাথত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল এজন যুৱকৰ
বলেৰ’ পিক-আপ ভানে খুন্দিয়ালে ২ চাইকেল আৰোহীক।

বলেৰ’ পিক-আপ ভানে খুন্দিয়ালে ২ চাইকেল আৰোহীক।

  • Share this:
বিশ্বনাথৰ চতিয়াত পথ দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু। বলেৰ’ পিক-আপ ভানে খুন্দিয়ালে ২ চাইকেল আৰোহীক। দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় আন এজন। দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতে গাড়ীসহ পলায়ন কৰে চালকজনে। নিহত যুৱকজন চতিয়া ৰাওনাজানৰ প্ৰেমা নাথ। আহত দিগম্বৰ নাথ নামৰ যুৱকজনক সংকটজনক অৱস্থাত প্ৰেৰণ কৰা হয় হাস্পতাললৈ।
First published: July 1, 2019, 4:31 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি