বিশ্বনাথত নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথত বাগৰিল টাটা ছুম’, চালক নিহত, আহত ৭

অৰুণাচলৰ পৰা আহি থকাৰ সময়তে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই বাহনখন।

News18-Assam
Updated:August 28, 2019, 12:07 PM IST
বিশ্বনাথত নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথত বাগৰিল টাটা ছুম’, চালক নিহত, আহত ৭
অৰুণাচলৰ পৰা আহি থকাৰ সময়তে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই বাহনখন।
News18-Assam
Updated: August 28, 2019, 12:07 PM IST
বিশ্বনাথৰ সাধাৰুত পথ দুৰ্ঘটনাত নিহত এজন। নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথত বাগৰিল এখন দ্ৰুতবেগী টাটা ছুম’। দুৰ্ঘটনাত থিতাতে নিহত হয় বাহনখনৰ চালকজন। গুৰুতৰভাৱে আহত বাহনত থকা ৭জন লোক। অৰুণাচলৰ পৰা আহি থকাৰ সময়তে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই বাহনখন। দু্ৰ্ঘটনাত পতিত বাহনৰ নম্বৰ AR-04A–7444।
আৰু চাওক পৰৱৰ্তী বাতৰি