মহানগৰীত চিটী বাছ চালকৰ দৌৰাত্ম্য, বশিষ্ঠত দুখন বাছৰ মুখামুখি সংঘৰ্ষ

দুয়োখন বাছৰ চালকসহ কেইবাজনো যাত্ৰী আহত হয় এই দুৰ্ঘটনাত।

News18-Assam
Updated:November 7, 2019, 3:41 PM IST
মহানগৰীত চিটী বাছ চালকৰ দৌৰাত্ম্য, বশিষ্ঠত দুখন বাছৰ মুখামুখি সংঘৰ্ষ
দুয়োখন বাছৰ চালকসহ কেইবাজনো যাত্ৰী আহত হয় এই দুৰ্ঘটনাত।
News18-Assam
Updated: November 7, 2019, 3:41 PM IST
মহানগৰীৰ বশিষ্ঠত দুখন চিটী বাছ চালকৰ মুখামুখি সংঘৰ্ষ। গণেশ নগৰ তিনিআলিত সংঘটিত হয় এই দুৰ্ঘটনা। দুয়োখন বাছৰ চালকসহ কেইবাজনো যাত্ৰী আহত হয় এই দুৰ্ঘটনাত। দ্ৰুতবেগত চলোৱা বাবেই নিয়ন্ত্ৰণ হেৰুৱাই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ কৰিছে প্ৰত্যক্ষদৰ্শীয়ে। চালকৰ পৰিৱৰ্তে হেণ্ডিমেনে চলাইছিল বাছ। আহতসকলক ভৰ্তি কৰোৱা হয় হাস্পতালত।
আৰু চাওক পৰৱৰ্তী বাতৰি