বাইহাটা চাৰিআলিৰ মাৰুত দুৰ্ঘটনাত প্ৰাণ গ’ল এজন যুৱকৰ

বাইহাটা চাৰিআলিৰ পৰা গৃহ অভিমুখে স্কুটীৰে গৈ থকা অৱস্থাতে এখন অজ্ঞাত বাহনৰ খুন্দাত থিতাতে নিহত হয় যুৱকজন।

News18-Assam
Updated:October 1, 2019, 3:13 PM IST
বাইহাটা চাৰিআলিৰ মাৰুত দুৰ্ঘটনাত প্ৰাণ গ’ল এজন যুৱকৰ
বাইহাটা চাৰিআলিৰ পৰা গৃহ অভিমুখে স্কুটীৰে গৈ থকা অৱস্থাতে এখন অজ্ঞাত বাহনৰ খুন্দাত থিতাতে নিহত হয় যুৱকজন।
News18-Assam
Updated: October 1, 2019, 3:13 PM IST
বাইহাটা চাৰিআলিত পথ দুৰ্ঘটনাত এজন নিহত। বাইহাটা চাৰিআলি–গোৰেশ্বৰ পথৰ মাৰুত সংঘটিত দুৰ্ঘটনাত নিহত হয় এজন স্কুটী আৰোহী। নিহত যুৱকজন সূতাৰগাঁৱৰ বাপধন আলী বুলি চিনাক্ত কৰা হৈছে। বাইহাটা চাৰিআলিৰ পৰা গৃহ অভিমুখে স্কুটীৰে গৈ থকা অৱস্থাতে এখন অজ্ঞাত বাহনৰ খুন্দাত থিতাতে নিহত হয় যুৱকজন। দুৰ্ঘটনা সংঘটিত হোৱাৰ প্ৰায় এঘণ্টা পিছতহে বাইহাটা চাৰিআলি থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় যদিও 108 এম্বুলেঞ্চ উপস্থিত নোহোৱাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

 
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি