কাকপথাৰত পথ দুৰ্ঘটনা, থিতাতে নিহত এজন লোক

দুৰ্ঘটনাটোৰ ফলত নিহত ৪০ বছৰীয়া বালুধৰ মাউত নামৰ এজন লোক। কাকপথাৰৰ গন্ধৈগুৰী গাঁৱত ঘৰ মৃত লোকজনৰ।

news18assam
Updated:July 2, 2019, 7:34 AM IST
কাকপথাৰত পথ দুৰ্ঘটনা, থিতাতে নিহত এজন লোক
দুৰ্ঘটনাটোৰ ফলত নিহত ৪০ বছৰীয়া বালুধৰ মাউত নামৰ এজন লোক। কাকপথাৰৰ গন্ধৈগুৰী গাঁৱত ঘৰ মৃত লোকজনৰ।
news18assam
Updated: July 2, 2019, 7:34 AM IST
কাকপথাৰৰ ৰংপুৰীয়াত সংঘটিত পথ দুৰ্ঘটনাত নিহত এজন লোক। ৰাজপথত দ্ৰুতবেগী বাইকে
নিয়ন্ত্ৰণ হেৰুৱাই খুন্দিয়ালে পথত শুই থকা গৰুক। দুৰ্ঘটনাটোৰ ফলত নিহত ৪০ বছৰীয়া বালুধৰ মাউত নামৰ এজন লোক। কাকপথাৰৰ গন্ধৈগুৰী গাঁৱত ঘৰ মৃত লোকজনৰ। দুৰ্ঘটনাত আহত ফিৰুজ মৰাণ নামৰ আন এজন আৰোহী। ঘৰৰ পৰা বৰডিৰাকলৈ যোৱা অৱস্থাত সংঘটিত হয় এই ঘটনা।
আৰু চাওক পৰৱৰ্তী বাতৰি