• Home
  • »
  • News
  • »
  • assam
  • »
  • ডিব্ৰুগড়ৰ লাহোৱালত পথ দুৰ্ঘটনা, নিহত এজন

ডিব্ৰুগড়ৰ লাহোৱালত পথ দুৰ্ঘটনা, নিহত এজন

দ্ৰুতবেগী বাইক দুৰ্ঘটনাগ্ৰস্ত হৈ যুৱকজনৰ মৃত্যু। মৃত ডিকম চেঁচা কুহিয়াঁবাৰীৰ শিৱধৰণ পাটৰ। দুৰ্ঘটনাটোত আহত আন এজন লোক AMCHত চিকিৎসাধীন।

  • Share this:
    ডিব্ৰুগড়ৰ লাহোৱালত সংঘটিত পথ দুৰ্ঘটনাত নিহত এজন লোক। দ্ৰুতবেগী বাইক দুৰ্ঘটনাগ্ৰস্ত হৈ যুৱকজনৰ মৃত্যু। মৃত ডিকম চেঁচা কুহিয়াঁবাৰীৰ শিৱধৰণ পাটৰ।

    দুৰ্ঘটনাটোত আহত আন এজন লোক AMCHত চিকিৎসাধীন। লাহোৱালৰ তেলীয়াপট্টিত সংঘটিত হৈছে এই শোকাৱহ ঘটনা।
    First published: