• Home
  • »
  • News
  • »
  • assam
  • »
  • চিৰাঙত এবছুৰ বাইক ৰেলী, জিলাই জিলাই আগন্তুক দুমাহ ধৰি চলিব এই ৰেলী

চিৰাঙত এবছুৰ বাইক ৰেলী, জিলাই জিলাই আগন্তুক দুমাহ ধৰি চলিব এই ৰেলী

সভাপতি বড়োৱে সমাজত সজাগতা বৃদ্ধিৰ বাবে সমগ্ৰ অসমৰ জিলাই জিলাই আগন্তুক দুমাহত এই ৰেলী চলিব বুলি জানিবলৈ দিয়ে৷

  • Share this:
চিৰাঙত এবছুৰ বাইক ৰেলী৷ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ সুৰক্ষা, শিক্ষাৰ মানদণ্ড উন্নয়ন, ডাইনী হত্যা বন্ধ, ৰঞ্জন দৈমাৰীকে ধৰি কাৰাবন্দী প্ৰাক্তন এনডিএফবি নেতাক মুক্তিকে ধৰি কেইবাটাও দাবী লৈ সংগঠনটোৱে এই বাইক ৰেলী উলিয়ায়৷ দুদিনীয়া এই বাইক ৰেলীৰ জৰিয়তে সমগ্ৰ চিৰাং জিলা পৰিভ্ৰমণ কৰি সজাগতা অভিযান চলাব৷ এবছুৰ সভাপতি দ্বীপেন বড়োৱে আনুষ্ঠানিকভাৱে এই ৰেলীৰ শুভাৰম্ভ কৰে৷ সভাপতি বড়োৱে সমাজত সজাগতা বৃদ্ধিৰ বাবে সমগ্ৰ অসমৰ জিলাই জিলাই আগন্তুক দুমাহত এই ৰেলী চলিব বুলি জানিবলৈ দিয়ে৷
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি