
সভাপতি বড়োৱে সমাজত সজাগতা বৃদ্ধিৰ বাবে সমগ্ৰ অসমৰ জিলাই জিলাই আগন্তুক দুমাহত এই ৰেলী চলিব বুলি জানিবলৈ দিয়ে৷
সভাপতি বড়োৱে সমাজত সজাগতা বৃদ্ধিৰ বাবে সমগ্ৰ অসমৰ জিলাই জিলাই আগন্তুক দুমাহত এই ৰেলী চলিব বুলি জানিবলৈ দিয়ে৷
চিৰাঙত এবছুৰ বাইক ৰেলী৷ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ সুৰক্ষা, শিক্ষাৰ মানদণ্ড উন্নয়ন, ডাইনী হত্যা বন্ধ, ৰঞ্জন দৈমাৰীকে ধৰি কাৰাবন্দী প্ৰাক্তন এনডিএফবি নেতাক মুক্তিকে ধৰি কেইবাটাও দাবী লৈ সংগঠনটোৱে এই বাইক ৰেলী উলিয়ায়৷ দুদিনীয়া এই বাইক ৰেলীৰ জৰিয়তে সমগ্ৰ চিৰাং জিলা পৰিভ্ৰমণ কৰি সজাগতা অভিযান চলাব৷ এবছুৰ সভাপতি দ্বীপেন বড়োৱে আনুষ্ঠানিকভাৱে এই ৰেলীৰ শুভাৰম্ভ কৰে৷ সভাপতি বড়োৱে সমাজত সজাগতা বৃদ্ধিৰ বাবে সমগ্ৰ অসমৰ জিলাই জিলাই আগন্তুক দুমাহত এই ৰেলী চলিব বুলি জানিবলৈ দিয়ে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|