২০২১ত ৰাজ্যত পুনৰ বিজেপি চৰকাৰ! ২০২১ৰ প্ৰথমটো অপিনিয়ন প'লে দিলে ইংগিত, কেইখন আসন লাভ কৰিব আঞ্চলিক শক্তিয়ে?

News18 Assam | News18-Assam
Updated:January 18, 2021, 9:53 PM IST
২০২১ত ৰাজ্যত পুনৰ বিজেপি চৰকাৰ! ২০২১ৰ প্ৰথমটো অপিনিয়ন প'লে দিলে ইংগিত, কেইখন আসন লাভ কৰিব আঞ্চলিক শক্তিয়ে?
NDA লাভ কৰিব ৭৩ৰ পৰা ৮১ খন আসন।

NDA লাভ কৰিব ৭৩ৰ পৰা ৮১ খন আসন।

  • Share this:
আৰম্ভ হল জল্পনা-কল্পনা! ২০২১ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ তিনিমাহ বাকী। ইতিমধ্যে ৰাজ্যত বলিবলৈ আৰম্ভ কৰিছে ৰাজনৈতিক বতাহ। তাৰ মাজতে এবিপি-চি ভোটাৰে প্ৰকাশ কৰিলে ৰাজ্যৰ আগন্তুক নিৰ্বাচনৰ প্ৰথমটো অপিনিয়ন প'ল।

ABP-C Voterৰ অপিনিয়ন প'ল অনুসৰি ২০২১ত অসমত পনৰ গঠন হ'ব বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰ। তেওঁলোকৰ সমীক্ষা মতে,

NDA লাভ কৰিব ৭৩ৰ পৰা ৮১ খন আসন।

সেইদৰে UPAক দিয়া হৈছে ৩৬ৰ পৰা ৪৪ খন আসন।

AIUDFক দিয়া হৈছে ৫ৰ পৰা ৯খন আসন।

আনহাতে অন্যান্য়ক দিয়া হৈছে -০ৰ পৰা ৪খন আসন।
Published by: Himangshu Bhuyan
First published: January 18, 2021, 9:52 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি