২০২১ত ৰাজ্যত পুনৰ বিজেপি চৰকাৰ! ২০২১ৰ প্ৰথমটো অপিনিয়ন প'লে দিলে ইংগিত, কেইখন আসন লাভ কৰিব আঞ্চলিক শক্তিয়ে?

NDA লাভ কৰিব ৭৩ৰ পৰা ৮১ খন আসন।
NDA লাভ কৰিব ৭৩ৰ পৰা ৮১ খন আসন।
- News18 Assam
- Last Updated: January 18, 2021, 9:53 PM IST
ABP-C Voterৰ অপিনিয়ন প'ল অনুসৰি ২০২১ত অসমত পনৰ গঠন হ'ব বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰ। তেওঁলোকৰ সমীক্ষা মতে,
NDA লাভ কৰিব ৭৩ৰ পৰা ৮১ খন আসন।
AIUDFক দিয়া হৈছে ৫ৰ পৰা ৯খন আসন।
আনহাতে অন্যান্য়ক দিয়া হৈছে -০ৰ পৰা ৪খন আসন।