• Home
  • »
  • News
  • »
  • assam
  • »
  • নুমলীগড়ত দুষ্কৃতিকাৰীয়ে বস্তাৰে বান্ধি পথৰ কাষত পেলাই গ’ল অৰ্ধশতাধিক কুকুৰ

নুমলীগড়ত দুষ্কৃতিকাৰীয়ে বস্তাৰে বান্ধি পথৰ কাষত পেলাই গ’ল অৰ্ধশতাধিক কুকুৰ

একাংশ দুষ্কৃতিকাৰীয়ে চোৰাংকৈ কুকুৰসমূহ ডিমাপুৰলৈ সৰবৰাহ কৰিবৰ বাবে আনি হঠাৎ কিবা সমস্যাৰ সন্মুখীন হৈ নুমলীগড় চাহ বাগিচাৰ মাজত পেলাই যোৱাৰ সন্দেহ কৰা হৈছে।

  • Share this:
নুমলীগড়ৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নুমলীগড় চাহ বাগিচাৰ মাজত দুষ্কৃতিকাৰীয়ে মুখ বান্ধি, বস্তাত ভৰাই পেলাই থৈ গ’ল অৰ্ধশতাধিক কুকুৰ। ইয়াৰে কেইবাটাও কুকুৰৰ মৃত্যু হৈছে। নুমলীগড় আৰক্ষীয়ে কুকুৰসমূহ উদ্ধাৰ কৰে।

উল্লেখ্য যে একাংশ দুষ্কৃতিকাৰীয়ে চোৰাংকৈ কুকুৰসমূহ ডিমাপুৰলৈ সৰবৰাহ কৰিবৰ বাবে আনি হঠাৎ কিবা সমস্যাৰ সন্মুখীন হৈ নুমলীগড় চাহ বাগিচাৰ মাজত পেলাই যোৱাৰ সন্দেহ কৰা হৈছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি