
একাংশ দুষ্কৃতিকাৰীয়ে চোৰাংকৈ কুকুৰসমূহ ডিমাপুৰলৈ সৰবৰাহ কৰিবৰ বাবে আনি হঠাৎ কিবা সমস্যাৰ সন্মুখীন হৈ নুমলীগড় চাহ বাগিচাৰ মাজত পেলাই যোৱাৰ সন্দেহ কৰা হৈছে।
একাংশ দুষ্কৃতিকাৰীয়ে চোৰাংকৈ কুকুৰসমূহ ডিমাপুৰলৈ সৰবৰাহ কৰিবৰ বাবে আনি হঠাৎ কিবা সমস্যাৰ সন্মুখীন হৈ নুমলীগড় চাহ বাগিচাৰ মাজত পেলাই যোৱাৰ সন্দেহ কৰা হৈছে।
নুমলীগড়ৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নুমলীগড় চাহ বাগিচাৰ মাজত দুষ্কৃতিকাৰীয়ে মুখ বান্ধি, বস্তাত ভৰাই পেলাই থৈ গ’ল অৰ্ধশতাধিক কুকুৰ। ইয়াৰে কেইবাটাও কুকুৰৰ মৃত্যু হৈছে। নুমলীগড় আৰক্ষীয়ে কুকুৰসমূহ উদ্ধাৰ কৰে।
উল্লেখ্য যে একাংশ দুষ্কৃতিকাৰীয়ে চোৰাংকৈ কুকুৰসমূহ ডিমাপুৰলৈ সৰবৰাহ কৰিবৰ বাবে আনি হঠাৎ কিবা সমস্যাৰ সন্মুখীন হৈ নুমলীগড় চাহ বাগিচাৰ মাজত পেলাই যোৱাৰ সন্দেহ কৰা হৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|