অভয়াপুৰীত ব্যতিক্ৰমী দীপাৱলী ৷ ৭০০০ গছি মাটিৰ চাকিৰ পোহৰেৰে আলোকিত কৰি তুলিলে অলিম্পিক বটাপ্ৰাপ্ত বক্সাৰ তথা অৰ্জুন বটাপ্ৰাপ্ত লাভনীনা বৰগোঁহাইৰ প্ৰতিচ্ছবি ।
অভয়াপুৰীত ব্যতিক্ৰমী দীপাৱলী ৷ ৭০০০ গছি মাটিৰ চাকিৰ পোহৰেৰে আলোকিত কৰি তুলিলে অলিম্পিক বটাপ্ৰাপ্ত বক্সাৰ তথা অৰ্জুন বটাপ্ৰাপ্ত লাভনীনা বৰগোঁহাইৰ প্ৰতিচ্ছবি ।
অভয়াপুৰীত দীপাৱলীৰ সন্ধিয়া উজ্বলি উঠিল লৌহকন্যা লাভলীনা বৰগোহাঁই। পোহৰৰ উৎসৱ দীপাৱলী পালন কৰাৰ সমান্তৰালভাৱে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ পিৰাধৰাৰ বুঢ়ী আই থানৰ প্ৰাংগণত ব্যতিক্ৰমীভাৱে দীপাৱলী পালন কৰে ৷
৭০০০ গছি মাটিৰ চাকিৰ পোহৰেৰে আলোকিত কৰি তুলিলে অলিম্পিক বটাপ্ৰাপ্ত বক্সাৰ তথা অৰ্জুন বটাপ্ৰাপ্ত লাভনীনা বৰগোঁহাইৰ প্ৰতিচ্ছবি । বিগত কেবাবছৰ ধৰি এনে ব্যতিক্ৰমী ৰূপত দীপাৱলী পালন কৰি অহা এই অঞ্চলৰ যুৱক-যুৱতী আৰু ৰাইজে আন্ত ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বক্সাৰগৰাকীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি এইদৰে চাকিৰে অংকন কৰে ৷ মাটিৰ চাকিৰে লাভলীনাৰ লগতে মাতৃ স্নেহৰ ছবিও অংকন কৰে ৷
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|