உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ৭ সহস্ৰাধিক মাটিৰ চাকিৰ মাজেৰে প্ৰাণ পাই উঠিল লাভলীনা, অভয়াপুৰীত ব্যতিক্ৰমী দিপাৱলী...

    ৭ সহস্ৰাধিক মাটিৰ চাকিৰ মাজেৰে প্ৰাণ পাই উঠিল লাভলীনা, অভয়াপুৰীত ব্যতিক্ৰমী দিপাৱলী...

    অভয়াপুৰীত ব্যতিক্ৰমী দীপাৱলী ৷ ৭০০০ গছি মাটিৰ চাকিৰ পোহৰেৰে আলোকিত কৰি তুলিলে অলিম্পিক বটাপ্ৰাপ্ত বক্সাৰ তথা অৰ্জুন বটাপ্ৰাপ্ত লাভনীনা বৰগোঁহাইৰ প্ৰতিচ্ছবি ।

    • Share this:
    অভয়াপুৰীত দীপাৱলীৰ সন্ধিয়া উজ্বলি উঠিল লৌহকন্যা লাভলীনা বৰগোহাঁই। পোহৰৰ উৎসৱ দীপাৱলী পালন কৰাৰ সমান্তৰালভাৱে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ পিৰাধৰাৰ বুঢ়ী আই থানৰ প্ৰাংগণত ব্যতিক্ৰমীভাৱে দীপাৱলী পালন কৰে ৷

    ৭০০০ গছি মাটিৰ চাকিৰ পোহৰেৰে আলোকিত কৰি তুলিলে অলিম্পিক বটাপ্ৰাপ্ত বক্সাৰ তথা অৰ্জুন বটাপ্ৰাপ্ত লাভনীনা বৰগোঁহাইৰ প্ৰতিচ্ছবি ।  বিগত কেবাবছৰ ধৰি এনে ব্যতিক্ৰমী ৰূপত দীপাৱলী পালন কৰি অহা এই অঞ্চলৰ যুৱক-যুৱতী আৰু ৰাইজে আন্ত ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বক্সাৰগৰাকীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি এইদৰে চাকিৰে অংকন কৰে ৷ মাটিৰ চাকিৰে লাভলীনাৰ লগতে মাতৃ স্নেহৰ ছবিও অংকন কৰে ৷
    Published by:Kokil Sarma
    First published: