• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰঙাপৰাত অখিত ভাৰতীয় চাহ মজদুৰ সংঘৰ প্ৰতিবাদ

ৰঙাপৰাত অখিত ভাৰতীয় চাহ মজদুৰ সংঘৰ প্ৰতিবাদ

বিজেপি চৰকাৰে চাহ শ্ৰমিকসকলক কেৱল প্ৰতাৰণা কৰাত জাঙুৰ খাই উঠিছে অখিল ভাৰতীয় চাহ মজদুৰ সংঘ৷

বিজেপি চৰকাৰে চাহ শ্ৰমিকসকলক কেৱল প্ৰতাৰণা কৰাত জাঙুৰ খাই উঠিছে অখিল ভাৰতীয় চাহ মজদুৰ সংঘ৷

বিজেপি চৰকাৰে চাহ শ্ৰমিকসকলক কেৱল প্ৰতাৰণা কৰাত জাঙুৰ খাই উঠিছে অখিল ভাৰতীয় চাহ মজদুৰ সংঘ৷

  • Share this:
অসমত বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে চাহ শ্ৰমিকক ৩৫১.৩৩ টকা মজুৰি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দি চাহ শ্ৰমিকৰ ভোট লৈ অসমত চৰকাৰ গঠন কৰিছিল৷ কিন্ত বিজেপি চৰকাৰে চাহ শ্ৰমিকসকলক কেৱল প্ৰতাৰণা কৰাত জাঙুৰ খাই উঠিছে অখিল ভাৰতীয় চাহ মজদুৰ সংঘ৷

চাহ শ্ৰমিকৰ ৩৫১.৩৩ টকা হাজিৰা আদায় দিয়া, চাহ শ্ৰমিকক মাটি-ভেটিৰ পট্টা প্ৰদান কৰা, শিক্ষা আৰু স্বাস্থ্যৰ বাবে আইন প্ৰস্তুত কৰাৰ লগতে শ্ৰমিকৰ জৰুৰী সমস্যা সমাধানৰ দাবীত অখিল ভাৰতীয় চাহ মজদুৰ সংঘ আৰু চিটুৱে ৰঙাপৰাত এক প্ৰতিবাদী সমদল উলিয়াই ৷

প্ৰতিবাদকাৰীসকলে চাহ শ্ৰমিকক ৩৫১ টকা হাজিৰা প্ৰদান কৰক, বিজেপি চৰকাৰ মিছলীয়া, চাহ শ্ৰমিকক আজিলৈকে ৩৫১ টকা কিয় প্ৰদান কৰা নহ’ল আদি বিভিন্ন শ্লোগানেৰে ৰঙাপৰাৰ ৰাজপথ কপাঁই তোলে৷ প্ৰতিবাদী সমদলত অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সভাপতি তথা চাহ শ্ৰমিক নেতা ৰয়েল চৰেঙে অংশগ্ৰহণ কৰে৷
Published by:Sanjay Kumar Das
First published: