৬ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত টাই আহোম ছাত্ৰ সন্থাৰ বাইক ৰেলী 

News18 Assam | News18-Assam
Updated:October 12, 2020, 1:46 PM IST
৬ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত টাই আহোম ছাত্ৰ সন্থাৰ বাইক ৰেলী 
এই প্ৰতিবাদী বাইক ৰেলীয়ে সমগ্ৰ দুলীয়াজান চহৰখন পৰিভ্ৰমণ কৰি ডিব্ৰুগড়ত উপস্থিত হয়।

এই প্ৰতিবাদী বাইক ৰেলীয়ে সমগ্ৰ দুলীয়াজান চহৰখন পৰিভ্ৰমণ কৰি ডিব্ৰুগড়ত উপস্থিত হয়।

  • Share this:
৬ জনগোষ্ঠীৰ লগতে টাই আহোম সকলক জনজাতিকৰণৰ দাবীত সোমবাৰে তৈলনগৰী দুলীয়াজানত টাই আহোম ছাত্ৰ সন্থাই বাহিৰ কৰে এক বিশাল বাইক ৰেলী। দুলীয়াজান বিহুতলী পৰা উলিওৱা এই প্ৰতিবাদী বাইক ৰেলীয়ে সমগ্ৰ দুলীয়াজান চহৰখন পৰিভ্ৰমণ কৰি ডিব্ৰুগড়ত উপস্থিত হয়।

প্ৰতিবাদকাৰীসকলে বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ। ইফালে অনাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৬ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰিলে নিৰ্বাচনৰ পূৰ্বে ভয়াৱহ আন্দোলনৰ হুংকাৰ দিয়ে টাই আহোম ছাত্ৰ সন্থাই।
Published by: Sanjay Kumar Das
First published: October 12, 2020, 1:46 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি