এই প্ৰতিবাদী বাইক ৰেলীয়ে সমগ্ৰ দুলীয়াজান চহৰখন পৰিভ্ৰমণ কৰি ডিব্ৰুগড়ত উপস্থিত হয়।
এই প্ৰতিবাদী বাইক ৰেলীয়ে সমগ্ৰ দুলীয়াজান চহৰখন পৰিভ্ৰমণ কৰি ডিব্ৰুগড়ত উপস্থিত হয়।
৬ জনগোষ্ঠীৰ লগতে টাই আহোম সকলক জনজাতিকৰণৰ দাবীত সোমবাৰে তৈলনগৰী দুলীয়াজানত টাই আহোম ছাত্ৰ সন্থাই বাহিৰ কৰে এক বিশাল বাইক ৰেলী। দুলীয়াজান বিহুতলী পৰা উলিওৱা এই প্ৰতিবাদী বাইক ৰেলীয়ে সমগ্ৰ দুলীয়াজান চহৰখন পৰিভ্ৰমণ কৰি ডিব্ৰুগড়ত উপস্থিত হয়।
প্ৰতিবাদকাৰীসকলে বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ। ইফালে অনাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৬ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰিলে নিৰ্বাচনৰ পূৰ্বে ভয়াৱহ আন্দোলনৰ হুংকাৰ দিয়ে টাই আহোম ছাত্ৰ সন্থাই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|