
Source-Google
ডিব্ৰুগড়ৰ মোহনবাৰীত আছুৱে ক’লা পতাকা দেখুৱালে মুখ্যমন্ত্ৰী সোণোৱালক
আজি ভোগালী বিহু। ভোগালী বিহুৰ সময়তো ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। বিভিন্ন ঠাইত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি মেজিৰ জুইত দাহ কৰা হৈছে।
ভোগালী বিহুৰ দিনাই গৃহ জিলা ডিব্ৰুগড়ত ক’লা পতাকাৰ সন্মুখীন হ’ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ডিব্ৰুগড়ৰ মোহনবাৰীত সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মীয়ে ক’লা পতাকা দেখুৱালে মুখ্যমন্ত্ৰী সোণোৱালক।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|