বিহুৰ দিনাই গৃহ জিলাত ক’লা পতাকাৰ সন্মুখীন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

News18 Assam | News18-Assam
Updated:January 15, 2020, 2:33 PM IST
বিহুৰ দিনাই গৃহ জিলাত ক’লা পতাকাৰ সন্মুখীন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
Source-Google

ডিব্ৰুগড়ৰ মোহনবাৰীত আছুৱে ক’লা পতাকা দেখুৱালে মুখ্যমন্ত্ৰী সোণোৱালক

  • Share this:
আজি ভোগালী বিহু। ভোগালী বিহুৰ সময়তো ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। বিভিন্ন ঠাইত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি মেজিৰ জুইত দাহ কৰা হৈছে।

ভোগালী বিহুৰ দিনাই গৃহ জিলা ডিব্ৰুগড়ত ক’লা পতাকাৰ সন্মুখীন হ’ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।  ডিব্ৰুগড়ৰ মোহনবাৰীত সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মীয়ে ক’লা পতাকা দেখুৱালে মুখ্যমন্ত্ৰী সোণোৱালক।
Published by: Himangshu Bhuyan
First published: January 15, 2020, 2:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading