পেট্ৰ'ল ,ডিজেল, ৰন্ধন গেছ আদিকে ধৰি নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত, পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাই আজি হাজোৰ লাহৰ শ্বহীদ বেদী চ'কত, অসম চৰকাৰৰ খাদ্য আৰু যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ প্ৰতিকৃতি দাহ কৰে।

পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰই আজি অসম চৰকাৰৰ যোগান মন্ত্ৰীৰ "প্ৰতিকৃতি"দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ। পেট্ৰ'ল ,ডিজেল, ৰন্ধন গেছ আদিকে ধৰি নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত, পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাই আজি হাজোৰ লাহৰ শ্বহীদ বেদী চ'কত, অসম চৰকাৰৰ খাদ্য আৰু যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ প্ৰতিকৃতি দাহ কৰে।
প্ৰতিবাদকাৰী সকলে যোগান মন্ত্ৰী মুৰ্দাবাদ, যোগান মন্ত্ৰীৰ কাম নাই, অসম চৰকাৰ হায় হায় আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। মূল্যবৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰক অনতিপলমে ফলপ্ৰসু পদক্ষেপ লবলৈ দাবী জনায় আছুয়ে। এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে কামৰূপ জিলা ছাত্ৰ সন্থাৰ সম্পাদক পংকজ কলিতা, মুখ্য সাংগঠনিক সম্পাদক সুৰজিৎ কলিতাকে ধৰি আন আন আছুৰ সদস্য সকল।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|