CAAৰ সমান্তৰালকৈ EIAৰ প্রত্যাহাৰৰ দাবীত চন্দ্ৰপুৰত আছুৰ প্ৰতিবাদ

News18 Assam | News18-Assam
Updated:August 11, 2020, 5:18 PM IST
CAAৰ সমান্তৰালকৈ EIAৰ প্রত্যাহাৰৰ দাবীত চন্দ্ৰপুৰত আছুৰ প্ৰতিবাদ
প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ, প্লে–কাৰ্ড আদি লৈ ‘‘কা’ বাতিল কৰক’, ‘EIA প্রত্যাহাৰ কৰক’ আদি শ্লোগানেৰে চন্দ্ৰপুৰৰ আকাশ–বতাহ উত্তাল কৰি তোলে।

প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ, প্লে–কাৰ্ড আদি লৈ ‘‘কা’ বাতিল কৰক’, ‘EIA প্রত্যাহাৰ কৰক’ আদি শ্লোগানেৰে চন্দ্ৰপুৰৰ আকাশ–বতাহ উত্তাল কৰি তোলে।

  • Share this:
নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ মন্ত্ৰণালয়ে গৃহীত কৰিব বিচৰা EIA ২০২০ প্রত্যহাৰৰ দাবীত মঙলবাৰে চন্দ্ৰপুৰ আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত  চন্দ্ৰপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত এক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অনুষ্ঠানত চন্দ্ৰপুৰ আঞ্চলিক ছাত্র সন্থাৰ লগতে স্থানীয় বিভিন্ন দল সংগঠনে সহযোগ কৰে। প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ, প্লে–কাৰ্ড আদি লৈ ‘‘কা’ বাতিল কৰক’, ‘EIA প্রত্যাহাৰ কৰক’ আদি শ্লোগানেৰে চন্দ্ৰপুৰৰ আকাশ–বতাহ উত্তাল কৰি তোলে। মানৱ শৃংখল কাৰ্যসূচীৰ অন্তত চন্দ্ৰপুৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে।
Published by: Sanjay Kumar Das
First published: August 11, 2020, 5:18 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading