নাৰীশক্তিক লগত লৈ CAAৰ বিৰুদ্ধে আছুৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী

News18 Assam | News18-Assam
Updated:December 21, 2019, 9:46 AM IST
নাৰীশক্তিক লগত লৈ CAAৰ বিৰুদ্ধে আছুৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী
Source-Google

দিনৰ ১১ বজাৰ পৰা ২ বজালৈ অৱস্থান ধৰ্মঘট

  • Share this:
ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। সদৌ অসম ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত ব্যাপক জনমত গঠন কৰিবলৈ সক্ষম হোৱা দেখা পোৱা গৈছে। আছুৱে এইবাৰ নাৰীশক্তিক লগত লৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিব।আজি আছুৰ উদ্যোগত প্ৰতিখন আঞ্চলিকত ৰূপায়ন কৰা হয় প্ৰতিবাদী কাৰ্যসূচী। দিনৰ ১১ বজাৰ পৰা ২ বজালৈ অৱস্থান ধৰ্মঘট। লতাশিল খেল পথাৰতো ৰূপায়ণ হ’ব এই কাৰ্যসূচী।
Published by: Himangshu Bhuyan
First published: December 21, 2019, 9:46 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading