CAAৰ বিৰুদ্ধে আছুৰ নিৰবচ্ছিন্ন প্ৰতিবাদী কাৰ্যসূচী, পৰৱৰ্তী আন্দোলন ঘোষণা

News18 Assam | News18-Assam
Updated:January 26, 2020, 2:05 PM IST
CAAৰ বিৰুদ্ধে আছুৰ নিৰবচ্ছিন্ন প্ৰতিবাদী কাৰ্যসূচী, পৰৱৰ্তী আন্দোলন ঘোষণা
Source-Google

ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

  • Share this:
ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। কোনো কাৰণতে নাগৰিকত্ব সংশোধনী আইন মানি নোলোৱাৰ হুংকৰা সদৌ অসম ছাত্ৰ সন্থাৰ। প্ৰায় ডেৰমাহ ধৰি আছুৱে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে চলাই আছে নিপবচ্ছিন্ন আন্দোলন। ৩০ টা জনগোষ্ঠীয় সংগঠনৰ সৈতে আছুৱে ঘোষণা কৰিছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী।




  • অব্যাহত থাকিব নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে সভা, পদযাত্ৰা, বিক্ষোভ প্ৰদৰ্শন কাৰ্যসূচী।

  • ২৭ আৰু ২৮ জানুৱাৰীত ৰাজ্যজুৰি বিক্ষোভ প্ৰদৰ্শন।

  • ১ ফেব্ৰুৱাৰীত ৰাজ্যজুৰি মানৱ শৃংখলেৰে CAAৰ বিৰুদ্ধে সাব্যস্ত কৰিব প্ৰতিবাদ।

  • লগতে অব্যাহত থাকিব বিভিন্ন জিলাত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী।


আৰু চাওক
পৰৱৰ্তী বাতৰি