এন এইচ পি চিৰ বিৰুদ্ধে গোগামুখত আছু–যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ

সোমবাৰৰ পুৱাৰে পৰা শতাধিক ছাত্ৰ কৰ্মীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে এন এইচ পি চি, চৰকাৰৰ বিৰুদ্ধে৷
সোমবাৰৰ পুৱাৰে পৰা শতাধিক ছাত্ৰ কৰ্মীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে এন এইচ পি চি, চৰকাৰৰ বিৰুদ্ধে৷
- News18 Assam
- Last Updated: October 19, 2020, 3:01 PM IST
এন এইচ পি চি গ’বেক, বৃহৎ নদীবান্ধ আমাক নালাগে, অসম চৰকাৰ হায় হায়, বান্ধ লবী হুচিয়াৰ আদি ধ্বনিৰে আছু আৰু যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীসকলে উত্তাল কৰি তোলে গেৰুকামুখ পথ৷