এন এইচ পি চিৰ বিৰুদ্ধে গোগামুখত আছু–যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ

News18 Assam | News18-Assam
Updated:October 19, 2020, 3:01 PM IST
এন এইচ পি চিৰ বিৰুদ্ধে গোগামুখত আছু–যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ
সোমবাৰৰ পুৱাৰে পৰা শতাধিক ছাত্ৰ কৰ্মীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে এন এইচ পি চি, চৰকাৰৰ বিৰুদ্ধে৷

সোমবাৰৰ পুৱাৰে পৰা শতাধিক ছাত্ৰ কৰ্মীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে এন এইচ পি চি, চৰকাৰৰ বিৰুদ্ধে৷

  • Share this:
ধেমাজিৰ গোগামুখত আছু-যুৱ ছাত্ৰ পৰিষদৰ এন এইচ পি চিৰ গেৰুকামুখ নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ সামগ্ৰী অৱৰোধ কাৰ্যসূচী৷ ১৯ অক্টোবৰৰ পৰা ২১ অক্টোবৰলৈ তিনিদিনীয়াকৈ প্ৰতিবাদ সাব্যস্ত কৰিব সংগঠন দুটাই৷ সোমবাৰৰ পুৱাৰে পৰা শতাধিক ছাত্ৰ কৰ্মীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে এন এইচ পি চি, চৰকাৰৰ বিৰুদ্ধে৷

এন এইচ পি চি গ’বেক, বৃহৎ নদীবান্ধ আমাক নালাগে, অসম চৰকাৰ হায় হায়, বান্ধ লবী হুচিয়াৰ আদি ধ্বনিৰে আছু আৰু যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীসকলে উত্তাল কৰি তোলে গেৰুকামুখ পথ৷
Published by: Sanjay Kumar Das
First published: October 19, 2020, 3:01 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি