• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam Trinamool Congress : আম আদমী পাৰ্টীৰ ৰাজ্যিক নেত্ৰী গ'ল তৃণমূল কংগ্ৰেছলৈ, ৰিপুণ বৰাৰ আদৰণি

Assam Trinamool Congress : আম আদমী পাৰ্টীৰ ৰাজ্যিক নেত্ৰী গ'ল তৃণমূল কংগ্ৰেছলৈ, ৰিপুণ বৰাৰ আদৰণি

ৰিপুন বৰাই  অসমত তৃণমূল কংগ্ৰেছৰ ভেটি সবল কৰাৰ বাবে যাত্ৰা অব্যাহত থাকিব বুলি প্ৰকাশ কৰে।

ৰিপুন বৰাই  অসমত তৃণমূল কংগ্ৰেছৰ ভেটি সবল কৰাৰ বাবে যাত্ৰা অব্যাহত থাকিব বুলি প্ৰকাশ কৰে।

ৰিপুন বৰাই  অসমত তৃণমূল কংগ্ৰেছৰ ভেটি সবল কৰাৰ বাবে যাত্ৰা অব্যাহত থাকিব বুলি প্ৰকাশ কৰে।

  • Share this:
আম আদমী পাৰ্টীৰ ৰাজ্যিক নেত্ৰী তথা মুখপাত্ৰ পলাক্ষী দাসে সলালে দল। দাসৰ লগতে আন চাৰিগৰাকী সক্ৰিয় নেতা-নেত্ৰীয়ে সোমবাৰে অসম তৃণমূল কংগ্ৰেছত যোগদান কৰে৷ অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই তেওঁলোকক দললৈ আদৰণি জনায়।

আনহাতে, নামনি অসমৰ বৰপেটা, সৰভোগ, চেঙা, বৰক্ষেত্ৰী, সৰুক্ষেত্ৰী সমষ্টিৰ কেইবাগৰাকীও পুৰুষ-মহিলাই অসম তৃণমূল কংগ্ৰেছত যোগদান কৰে৷ তৃণমূল কংগ্ৰেছৰ  গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়ত যোগদান কৰা আটাইকেইগৰাকী লোকক দললৈ উষ্ম আদৰণি জনাই সভাপতি ৰিপুন বৰাই  অসমত তৃণমূল কংগ্ৰেছৰ ভেটি সবল কৰাৰ বাবে যাত্ৰা অব্যাহত থাকিব বুলি প্ৰকাশ কৰে।
Published by:Gautam Barman
First published: