
দুয়োগৰাকী বিজয়ী প্ৰাৰ্থীক দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে জনাইছে শুভেচ্ছা।
দুয়োগৰাকী বিজয়ী প্ৰাৰ্থীক দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে জনাইছে শুভেচ্ছা।
পৌৰসভা নিৰ্বাচনৰ (Assam Municipal Election Results) জৰিয়তে অসমত খাটা খুলিলে আম আদমী পাৰ্টীয়ে (Aam Aadmi Party)। পৌৰ সভাৰ দুটাকৈ ৱাৰ্ডত বিজয়ী ‘আপ’ৰ প্ৰাৰ্থী। তিনিচুকীয়াৰ ১১নং ৱাৰ্ডত বিজয়ী অধিবক্তা ধীৰাজ কুমাৰ সিং। আনহাতে, উত্তৰ লখিমপুৰৰ ১৪ চি ৱাৰ্ডত বিজয়ী উদীতা দাস। দুয়োগৰাকী বিজয়ী প্ৰাৰ্থীক দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে জনাইছে শুভেচ্ছা।
উল্লেখযোগ্য যে অসমত পৌৰসভা নিৰ্বাচনত দেখা গ’ল বিজেপিৰ আধিপত্য। বিৰোধীক বিধ্বস্ত কৰি ৮০খনৰ ৭৭খন পৌৰসভাই দখল কৰে বিজেপিয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|