ৰঙিয়াত আক্ৰাছুৰ প্ৰতিবাদ, গান্ধী মণ্ডপৰ সন্মুখত ৩ ঘণ্টীয়া গণ অৱস্থান ধৰ্মঘট 

News18 Assam | News18-Assam
Updated:December 1, 2020, 4:51 PM IST
ৰঙিয়াত আক্ৰাছুৰ প্ৰতিবাদ, গান্ধী মণ্ডপৰ সন্মুখত ৩ ঘণ্টীয়া গণ অৱস্থান ধৰ্মঘট 
বিধানসভা নিৰ্বাচনৰ পূৰ্বে কোচ ৰাজবংশীসকলক জনজাতিৰ মৰ্যাদা দিয়াৰ দাবী প্ৰতিবাদকাৰীসকলৰ।

বিধানসভা নিৰ্বাচনৰ পূৰ্বে কোচ ৰাজবংশীসকলক জনজাতিৰ মৰ্যাদা দিয়াৰ দাবী প্ৰতিবাদকাৰীসকলৰ।

  • Share this:
ৰঙিয়াত আক্ৰাছুৰ প্ৰতিবাদ। ৰঙিয়া নগৰৰ গান্ধী মণ্ডপৰ সন্মুখত আক্ৰাছুৰ ৩ ঘণ্টীয়া গণ অৱস্থান ধৰ্মঘট। কোচ ৰাজবংশীসকলক জনজাতিৰ মৰ্যাদা আৰু ৰঙিয়াৰ চিলাৰায় ভৱনৰ ভূমি উদ্ধাৰৰ দাবীত তীব্ৰ প্ৰতিবাদ। বছৰ বছৰ ধৰি চৰকাৰে প্ৰবঞ্চনা কৰি অহাৰ অভিযোগ।

বিধানসভা নিৰ্বাচনৰ পূৰ্বে কোচ ৰাজবংশীসকলক জনজাতিৰ মৰ্যাদা দিয়াৰ দাবী প্ৰতিবাদকাৰীসকলৰ। অন্যথা ধাৰাবাহিকভাৱে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ। ইফালে, কোচ ৰাজবংশীসকলক চৰকাৰে আবণ্টন দিয়া ভূমি ৰঙিয়াৰ প্ৰগতি সংঘই বেদখল কৰাৰ অভিযোগ। সেয়েহে শীঘ্ৰে কোচ ৰাজবংশীসকলৰ চিলাৰায় ভৱনৰ ভূমিখিনি উচ্ছেদ কৰিবলৈ দাবী জনায় প্ৰশাসনক।
Published by: Sanjay Kumar Das
First published: December 1, 2020, 4:51 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading