ৰঙিয়াত আক্ৰাছুৰ প্ৰতিবাদ, গান্ধী মণ্ডপৰ সন্মুখত ৩ ঘণ্টীয়া গণ অৱস্থান ধৰ্মঘট

বিধানসভা নিৰ্বাচনৰ পূৰ্বে কোচ ৰাজবংশীসকলক জনজাতিৰ মৰ্যাদা দিয়াৰ দাবী প্ৰতিবাদকাৰীসকলৰ।
বিধানসভা নিৰ্বাচনৰ পূৰ্বে কোচ ৰাজবংশীসকলক জনজাতিৰ মৰ্যাদা দিয়াৰ দাবী প্ৰতিবাদকাৰীসকলৰ।
- News18 Assam
- Last Updated: December 1, 2020, 4:51 PM IST
বিধানসভা নিৰ্বাচনৰ পূৰ্বে কোচ ৰাজবংশীসকলক জনজাতিৰ মৰ্যাদা দিয়াৰ দাবী প্ৰতিবাদকাৰীসকলৰ। অন্যথা ধাৰাবাহিকভাৱে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ। ইফালে, কোচ ৰাজবংশীসকলক চৰকাৰে আবণ্টন দিয়া ভূমি ৰঙিয়াৰ প্ৰগতি সংঘই বেদখল কৰাৰ অভিযোগ। সেয়েহে শীঘ্ৰে কোচ ৰাজবংশীসকলৰ চিলাৰায় ভৱনৰ ভূমিখিনি উচ্ছেদ কৰিবলৈ দাবী জনায় প্ৰশাসনক।