• Home
  • »
  • News
  • »
  • assam
  • »
  • সোণাৰিত হস্তনিৰ্মিত বন্দুকসহ অৰুণাচলী যুৱক আটক

সোণাৰিত হস্তনিৰ্মিত বন্দুকসহ অৰুণাচলী যুৱক আটক

আটকাধীন লোকজন দাঁতিকাষৰীয়া অৰুণাচল প্ৰদেশৰ লংডিং আৰক্ষী থানাৰ অন্তৰ্গত ৱাকাৰ পানমাই ৱাংচা (৩৫) বুলি জানিব পৰা গৈছে।

  • Share this:
আজি দিনদুপৰতে চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ মাজমজিয়াত হস্তনিৰ্মিত বন্দুকসহ এজন অৰুণাচলী যুৱকক সোণাৰি আৰক্ষীয়ে আটক কৰে। আটকাধীন লোকজন দাঁতিকাষৰীয়া অৰুণাচল প্ৰদেশৰ লংডিং আৰক্ষী থানাৰ অন্তৰ্গত ৱাকাৰ পানমাই ৱাংচা (৩৫) বুলি জানিব পৰা গৈছে। লোকজনক সোণাৰি নামৰূপ বাছ ষ্টপেজৰপৰা আটক কৰি সোণাৰি আৰক্ষীয়ে সোধা-পোচা অব্যাহত ৰাখিছে। আনহাতে সোণাৰি নগৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ শ্ৰম বিভাগৰ নীতি নিৰ্দেশনা অনুসৰি সপ্তাহত এই বুধবাৰৰ দিনত বন্ধ ৰখা হয় আৰু সেই বাবে মানুহৰ সমাগম কিছু কম থকাৰ বাবে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনি আৰক্ষীয়ে এই অৰুণাচলী লোকজনক আটক কৰিবলৈ সক্ষম হয়।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি