
চাহ শ্ৰমিকগৰাকীক বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসালয়লৈ প্ৰেৰণ।
চাহ শ্ৰমিকগৰাকীক বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসালয়লৈ প্ৰেৰণ।
বাক্সাৰ শালবাৰীৰ ফাতেমাবাদ চাহ বাগিচাত শোকাৱহ ঘটনা। চাহ বাগিচাখনৰ চাহপাত কটা চিটিচি মেচিনত সোমাই বাঁওভৰি ছিগিল চাহ শ্ৰমিকৰ।
চাহ শ্ৰমিকজনৰ নাম ফাতেমাবাদ সুকদেউ লাইনৰ চুলেমান কেৰকাটা। সংকটজনক অৱস্থাত চাহ শ্ৰমিকগৰাকীক বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসালয়লৈ প্ৰেৰণ। ঘটনাস্থলীত বাঁহবাৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|