• Home
  • »
  • News
  • »
  • assam
  • »
  • চাহপাত কটা চিটিচি মেচিনত সোমাই বাঁওভৰি ছিগিল চাহ শ্ৰমিকৰ

চাহপাত কটা চিটিচি মেচিনত সোমাই বাঁওভৰি ছিগিল চাহ শ্ৰমিকৰ

চাহ শ্ৰমিকগৰাকীক বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসালয়লৈ প্ৰেৰণ।

চাহ শ্ৰমিকগৰাকীক বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসালয়লৈ প্ৰেৰণ।

চাহ শ্ৰমিকগৰাকীক বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসালয়লৈ প্ৰেৰণ।

  • Share this:
বাক্সাৰ শালবাৰীৰ ফাতেমাবাদ চাহ বাগিচাত শোকাৱহ ঘটনা। চাহ বাগিচাখনৰ চাহপাত কটা চিটিচি মেচিনত সোমাই বাঁওভৰি ছিগিল চাহ শ্ৰমিকৰ।

চাহ শ্ৰমিকজনৰ নাম ফাতেমাবাদ সুকদেউ লাইনৰ চুলেমান কেৰকাটা। সংকটজনক অৱস্থাত চাহ শ্ৰমিকগৰাকীক বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসালয়লৈ প্ৰেৰণ। ঘটনাস্থলীত বাঁহবাৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি