এটি সপোনৰ অপমৃত্যু! ইউক্ৰেইনত সাগৰত সাঁতুৰিবলৈ গৈ মৃত্যু গুৱাহাটীৰ ছাত্ৰৰ

মৃত ছাত্ৰজনৰ নাম নিকুমণি কাকতি। ইউক্ৰেইনত চিকিৎসা বিজ্ঞানৰ ছাত্ৰ আছিল নিকুমণি।

news18assam
Updated:June 10, 2019, 1:32 PM IST
এটি সপোনৰ অপমৃত্যু! ইউক্ৰেইনত সাগৰত সাঁতুৰিবলৈ গৈ মৃত্যু গুৱাহাটীৰ ছাত্ৰৰ
মৃত ছাত্ৰজনৰ নাম নিকুমণি কাকতি। ইউক্ৰেইনত চিকিৎসা বিজ্ঞানৰ ছাত্ৰ আছিল নিকুমণি।
news18assam
Updated: June 10, 2019, 1:32 PM IST
ইউক্ৰেইনত অকাল মৃত্যু গুৱাহাটীৰ এজন মেধাৱী ছাত্ৰৰ। মৃত ছাত্ৰজনৰ নাম নিকুমণি কাকতি। ইউক্ৰেইনত চিকিৎসা বিজ্ঞানৰ ছাত্ৰ আছিল নিকুমণি। সাগৰত সাঁতুৰিবলৈ গৈ সলিলসমাধি ঘটে মেধাৱী ছাত্ৰজনৰ। নিকুমণিৰ ঘৰ গুৱাহাটীৰ লালগণেশৰ কৃষ্ণ নগৰত। ৫ বছৰীয়া মেডিকেল পাঠ্যক্ৰম অধ্যয়ন কৰিবলৈ যোৱা নিকুমণিয়ে সম্পূৰ্ণ কৰিছিল দুবছৰ। ইউক্ৰেইনৰ ছামী ষ্টেট ইউনিভাৰ্ছিটীৰ ছাত্ৰ আছিল নিকুমণি।
আৰু চাওক পৰৱৰ্তী বাতৰি