• Home
  • »
  • News
  • »
  • assam
  • »
  • Panikhaiti : পানীখাইতীৰ তামোলবাৰীত ব্ৰহ্মপুত্ৰত গা ধুবলৈ আহি নিখোজ এজন ছাত্র

Panikhaiti : পানীখাইতীৰ তামোলবাৰীত ব্ৰহ্মপুত্ৰত গা ধুবলৈ আহি নিখোজ এজন ছাত্র

স্থানীয় লোক আৰু পানীখাইতী আৰক্ষীয়ে উদ্ধাৰ অভিযানত নামি পৰে।

স্থানীয় লোক আৰু পানীখাইতী আৰক্ষীয়ে উদ্ধাৰ অভিযানত নামি পৰে।

স্থানীয় লোক আৰু পানীখাইতী আৰক্ষীয়ে উদ্ধাৰ অভিযানত নামি পৰে।

  • Share this:
পানীখাইতীৰ তামোলবাৰীত অঘটন। ব্ৰহ্মপুত্ৰত গা ধুবলৈ আহি নিখোজ এজন ছাত্র। নিখোজ ছাত্রজন পানীখাইতিৰ নয়ন ব্ৰহ্ম বুলি জানিব পৰা গৈছে।

পানীখাইতীৰ শ্বহীদ কুশল কোঁৱৰ বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ আছিল নয়ন। ঘটনাস্থলীত উপস্থিত পানীখাইতী আৰক্ষী।

স্থানীয় লোক আৰু পানীখাইতী আৰক্ষীয়ে উদ্ধাৰ অভিযান চলাইছে যদিও বর্তনামলৈ উদ্ধাৰ হোৱা নাই ছাত্ৰগৰাকী।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি