உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Police committed Suicide : মূৰত গুলীয়াই আত্মহত্যা আৰক্ষী বিষয়াৰ, যোৰহাটৰ চেলেংহাটত চাঞ্চল্য

    Police committed Suicide : মূৰত গুলীয়াই আত্মহত্যা আৰক্ষী বিষয়াৰ, যোৰহাটৰ চেলেংহাটত চাঞ্চল্য

    মাত্ৰ ৩ দিন আগেয়ে বদলি হৈ আহিছিল যোৰহাটলৈ

    মাত্ৰ ৩ দিন আগেয়ে বদলি হৈ আহিছিল যোৰহাটলৈ

    মাত্ৰ ৩ দিন আগেয়ে বদলি হৈ আহিছিল যোৰহাটলৈ

    • Share this:
    যোৰহাটৰ মৰিয়নি চেলেংহাট আৰক্ষী চকীত ঘটিল চাঞ্চল্যকৰ ঘটনা। এগৰাকী আৰক্ষী বিষয়াই মূৰত গুলীয়াই আত্মহত্যা কৰাত সৃষ্টি হয় তীব্ৰ চাঞ্চল্য।

    আৰক্ষী বিষয়াগৰাকী ভূপেন দিহিঙীয়া। তেওঁ মাত্ৰ ৩ দিন আগেয়ে বদলি হৈ আহি চেলেংহাট আৰক্ষী চকীত যোগদান কৰিছিল (A police officer committed suicide)

    নিজৰ ছাৰ্ভিচ ৰিভলভালেৰে গুলীয়াই আত্মহত্যা কৰে তেওঁ। মৃত দিহিঙীয়াৰ ঘৰ লখিমপুৰত।

    কিন্তু কি কাৰণত দিহিঙীয়াই এই কাণ্ড সংঘটিত কৰিলে সেয়া এতিয়াও পোহৰলৈ অহা নাই।
    Published by:Gautam Barman
    First published: