যোৰহাটৰ মৰিয়নি চেলেংহাট আৰক্ষী চকীত ঘটিল চাঞ্চল্যকৰ ঘটনা। এগৰাকী আৰক্ষী বিষয়াই মূৰত গুলীয়াই আত্মহত্যা কৰাত সৃষ্টি হয় তীব্ৰ চাঞ্চল্য।
আৰক্ষী বিষয়াগৰাকী ভূপেন দিহিঙীয়া। তেওঁ মাত্ৰ ৩ দিন আগেয়ে বদলি হৈ আহি চেলেংহাট আৰক্ষী চকীত যোগদান কৰিছিল (A police officer committed suicide)
Published by: Gautam Barman
FIRST PUBLISHED : June 19, 2022, 22:35 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।