• Home
  • »
  • News
  • »
  • assam
  • »
  • KARIMGANJ : কৰিমগঞ্জত পুনৰ আটক এগৰাকী PFI নেতা, সম্ভাৱনা আৰু বহুকেইজনক আটক কৰাৰ

KARIMGANJ : কৰিমগঞ্জত পুনৰ আটক এগৰাকী PFI নেতা, সম্ভাৱনা আৰু বহুকেইজনক আটক কৰাৰ

PFIৰ বিৰুদ্ধে দেশজুৰি অভিযান অব্যাহত আছে।

PFIৰ বিৰুদ্ধে দেশজুৰি অভিযান অব্যাহত আছে।

PFIৰ বিৰুদ্ধে দেশজুৰি অভিযান অব্যাহত আছে।

  • Share this:
কৰিমগঞ্জত পুনৰ আটক এগৰাকী PFI নেতা। কৰিমগঞ্জৰ বিষকুট গাঁওৰ পৰা আটক কৰা হয় আবু ছালেহ আছানুৰ জামান নামৰ PFI নেতাজনক। আবু ছালেহৰ বিৰুদ্ধে দেশ তথা চৰকাৰ বিৰোধী কাৰ্যৰ  লগতে সাম্প্ৰদায়িক সংঘাত সৃষ্টিৰ বহু তথ্য লাভ কৰিছে আৰক্ষীয়ে।

আৰক্ষীয়ে সোধা–পোছা কৰি কৰিমগঞ্জ আদালতত গতাই জিম্মাত লৈ পুনৰ সোধা–পোছা অব্যাহত ৰাখিব বুলি জানিব পৰা গৈছে। কৰিমগঞ্জত আন কিছু নেতাও আটক হোৱাৰ সম্ভাৱনা আছে বুলি জনায় আৰক্ষী অধীক্ষকে।

উল্লেখ্য, PFIৰ বিৰুদ্ধে দেশজুৰি অভিযান অব্যাহত আছে। দেশৰ আন ৰাজ্যৰ লগতে অসমতো চলা পিএফআইৰ বিৰুদ্ধে অভিযানত এতিয়ালৈ ২৬জনক আটক কৰা হৈছে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি