• Home
  • »
  • News
  • »
  • assam
  • »
  • Bohag Bihu: ব'হাগ আগলি বতৰা দি আইতাই নাকেৰে বজালে ম'হৰ শিঙৰ পেঁপা, চাওক ভিডিঅ'

Bohag Bihu: ব'হাগ আগলি বতৰা দি আইতাই নাকেৰে বজালে ম'হৰ শিঙৰ পেঁপা, চাওক ভিডিঅ'

অসমৰ বিভিন্ন ঠাইত এইবাৰ ব'হাগ বিহুৰ প্ৰস্তুতি তুংগত।

অসমৰ বিভিন্ন ঠাইত এইবাৰ ব'হাগ বিহুৰ প্ৰস্তুতি তুংগত।

অসমৰ বিভিন্ন ঠাইত এইবাৰ ব'হাগ বিহুৰ প্ৰস্তুতি তুংগত।

  • Share this:
বাপতিসাহোন বিহুক লৈ এইবাৰৰ উছাহ অনন্য। কিয়নো ক'ভিড-১৯ৰ বাবে দুবছৰ ধৰি সম্পূৰ্ণৰূপে বিহু উদযাপন কৰিব নাছিল। কিন্তু এইবাৰ ক'ভিডৰ সেই আতংকও নাই, নাই বাধা-নিষেধো।

অসমৰ বিভিন্ন ঠাইত সেয়ে এইবাৰ ব'হাগ বিহুৰ প্ৰস্তুতি তুংগত। সকলোৱে প্ৰাণৰ বিহুটিৰ বাবে চলাই আছে প্ৰস্তুতি। এনে প্ৰস্তুতিৰ সময়তে মৰাণত দেখা হৈছে এগৰাকী বৃদ্ধাক নাকেৰে পেঁপা বজোৱা।





ৰঙালী বিহুৰ  প্ৰাকমুহূৰ্তত নাকেৰে পেঁপা বজোৱা আইতাগৰাকী হৈছে মৰাণৰ লক্ষেশ্বৰী কোঁচ। এই কাৰ্যৰে তেওঁ বহুতৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
Published by:Gautam Barman
First published: