
আৰক্ষীয়ে কাউন্সেলিং দিছিল যদিও নিশালৈ যুৱতীগৰাকীয়ে কৰে এই অঘটন
আৰক্ষীয়ে কাউন্সেলিং দিছিল যদিও নিশালৈ যুৱতীগৰাকীয়ে কৰে এই অঘটন
যোৰহাট নগৰত চাঞ্চল্যকৰ ঘটনা। এটা পৰ্টেল চেনেলৰ এগৰাকী সংবাদকৰ্মীৰ আত্মহত্যা। তেওঁ অক্সিপ্ৰিয়া দত্ত বুলি জানিব পৰা গৈছে।
বুধবাৰে দিনত যোৰহাট আৰক্ষীয়ে এই সন্দৰ্ভত কাউন্সেলিং দিছিল যুৱতীগৰাকীক। ইয়াৰ লগতে মঙলবাৰে নিশা ফোনত কথা পাতোঁতে চৰম পথ ল'ব বুলি আগতীয়াকৈ জনাইছিল অক্সিপ্ৰিয়াই। এই কথা জানিবলৈ দিছে অক্সিপ্ৰিয়াৰ বন্ধুৱে ।
ইয়াৰ পিছতে দিনত আৰক্ষীয়ে কাউন্সেলিং দিছিল যদিও নিশালৈ যুৱতীগৰাকীয়ে অঘটন সংঘটিত কৰা ঘটনাই গভীৰ ৰহস্যৰ সৃষ্টি কৰিছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|