বিলাসীপাৰাত ভয়ংকৰ দুৰ্ঘটনাত ৪জন লোক নিহত, মৃত্যু এটি ২ বছৰীয়া শিশুৰ

 দ্ৰুতবেগী ছুইফট ডিজায়াৰ আৰু স্কৰপিঅ’ৰ সংঘৰ্ষত শিশুসহ একেটা পৰিয়ালৰ ৪জন লোক নিহত। MLA অশ্বিনী ৰায় সৰকাৰৰ আত্মীয় আছিল পৰিয়ালটো।

news18assam
Updated:June 9, 2019, 11:37 AM IST
বিলাসীপাৰাত ভয়ংকৰ দুৰ্ঘটনাত ৪জন লোক নিহত, মৃত্যু এটি ২ বছৰীয়া শিশুৰ
 দ্ৰুতবেগী ছুইফট ডিজায়াৰ আৰু স্কৰপিঅ’ৰ সংঘৰ্ষত শিশুসহ একেটা পৰিয়ালৰ ৪জন লোক নিহত। MLA অশ্বিনী ৰায় সৰকাৰৰ আত্মীয় আছিল পৰিয়ালটো।
news18assam
Updated: June 9, 2019, 11:37 AM IST
বিলাসীপাৰাত ভয়ংকৰ দুৰ্ঘটনাত ৪জন লোক নিহত। দ্ৰুতবেগী ছুইফট ডিজায়াৰ আৰু স্কৰপিঅ’ৰ সংঘৰ্ষত শিশুসহ একেটা পৰিয়ালৰ ৪জন লোক নিহত।



MLA অশ্বিনী ৰায় সৰকাৰৰ আত্মীয় আছিল পৰিয়ালটো। দুৰ্ঘটনাটোত নিহত দুবছৰীয়া শিশু ময়ূখ ৰায়, ৰুবুল ৰায়, দ্বীপশিখা সিংহ ৰায় আৰু ৰফিকুল ইছলাম।



গোৱালপাৰাৰ পৰা গোলকগঞ্জলৈ গৈছিল নিহত আটাইকেইজন লোক। ঘটনাস্থলীত উপস্থিত বিলাসীপাৰাৰ বিধায়ক অশোক সিংহী।বিলাসীপাৰাৰ গৌৰাংনগৰত সংঘটিত হৈছে এই শোকাৱহ ঘটনা।

আৰু চাওক পৰৱৰ্তী বাতৰি