• Home
  • »
  • News
  • »
  • assam
  • »
  • North Guwahati : গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙত অঘটন, ব্ৰহ্মপুত্ৰত পৰি সন্ধানহীন শ্ৰমিক

North Guwahati : গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙত অঘটন, ব্ৰহ্মপুত্ৰত পৰি সন্ধানহীন শ্ৰমিক

তাৎপৰ্যপূৰ্ণ বিষয় যে ঘটনাস্থলীত সাংবাদিকক প্ৰৱেশত বাধা প্ৰদান কৰে নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ নিৰাপত্তাৰক্ষীয়ে।

  • Share this:
গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী নিৰ্মীয়মাণ দলঙত অঘটন। কৰ্মৰত অৱস্থাতে নৌকাৰ পৰা ব্ৰহ্মপুত্ৰত পৰিল এগৰাকী শ্ৰমিক।

বৰ্তমানলৈ নিৰুদ্দিষ্ট শ্ৰমিকজন ২২ বৰ্ষীয় শ্বাহৰুখ আলী বুলি জানিব পৰা গৈছে। আজি পুৱা প্ৰায় ১০ বাজি ৪৫ মিনিটত এই ঘটনা সংঘটিত হয়। ইতিমধ্যে SDRF আৰু ভৰলুমুখ আৰক্ষীয়ে চলাই আছে  উদ্ধাৰ অভিযান।

উল্লেখ্য যে এছ পি ছিংলা কনষ্ট্ৰাকচনে (SP SINGLA CONSTRUCTION) নিৰ্মাণ কৰি আছে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলংখন।

তাৎপৰ্যপূৰ্ণ বিষয় যে ঘটনাস্থলীত সাংবাদিকক প্ৰৱেশত বাধা প্ৰদান কৰে নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ নিৰাপত্তাৰক্ষীয়ে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি